← ফুৰি যাওক

উপৰি

upari

অৰ্থ

1.

অধিক; ওপৰে; বাহিৰে; যেনে-"নগদ টকাৰ উপৰি অলঙ্কাৰ দিব লাগে; গালিৰ উপৰি কিল"

অব্য.

2.

আদিৰ; পূৰ্ব্বে হোবা; পূৰ্ব্বৰ; আগৰ; যেনে-"উপৰি জনম; উপৰি পুৰুষ"

former; preceding

বিণ.

3.

(পু.অ.) ওপৰত; যেনে-"ভাৰ্য্যাৰ উপৰি যেন স্বামীৰ মহত্ত্ব" (ৰত্নাবলী)

above

অব্য.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ