কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘দ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- দুখময়
দুখেৰে ভৰা
distressed; full of grief
- দুখলগাdukh.lo.gaProper Adj.
দুখ-কষ্টৰ সন্মুখীন হোৱা অৱস্থা; মনত দুখ দিব পৰা
causing or being a subject for grief or regret
- দুখিতdu.khi.toVerbal Adj.
কোনো কথাৰ বাবে মনত বেজাৰ পোৱা।
mentally hurt due to some reasons.
- দুখীNoun
দুখ পোবা লোক; বেজাৰ পোবা লোক
a sorrowing man
- দুখীতdu.khi.toProper Adj.
নিজ পৰিয়ালৰ বা আত্মীয় কোনো ব্যক্তিৰ মৃত্যু অথবা অন্য দুখৰ বাবে শোক কৰি থকা|
In mourning because of the death or any other grief of a relation esp by a familygrief.
- দুখীয়াdukhīẏāNoun
দৰিদ্ৰ মানুহ
a poor man
- দুখেdukheAdverb
দুখত; দুখেৰে; দুখত থাকি বা পৰি
in distress
- দুখেৰেdu.khe.reAdverb
দুখ বা অসুখী মনেৰে কিবা কৰা
do sth with sorrow or unhappiness
- দুগদুগীdug.du.giMaterial Noun
অসমীয়া সংস্কৃতিৰ এবিধ বিশেষ লকেট
a traditional Assamese pendant
- দুগুটিduguṭiAdjective
দুটি
two
- দুগুণdu.gunProper Adj.
একেটাকে দুবাৰ যোগ কৰা পৰিমাণৰ বা সংখ্যাৰ
increase two-fold; twice as much
- দুগুণ কৰ্Verb-Trans.
বৰ্তমান সংখ্যা বা পৰিমাণতকৈ বৃদ্ধি কৰি সমান সংখ্যা বা পৰিমাণ যোগ দে
to increase the number or quantity two-fold
- দুগ্দুগীdugdugīNoun
ডিঙিৰপৰা বুকুত ওলমাই পিন্ধা চেপেটা, কলডিলৰ আকাৰৰ এবিধ সোণৰ অলঙ্কাৰ
a kind of pendent worn on the breast
- দুগ্ধdugdhaNoun
পোনেই খীৰাই অনা গাখীৰ; এবাঁ গাখীৰ
milk
- দুগ্ধ পামAbstract Noun
a firm where cows are raised for commercial milk production.
- দুগ্ধ-পোষ্যAdjective
পিয়াহ খাই জীয়াই থকা কেঁচুবা
nursed by mother's milk
- দুগ্ধজাতdug.dho.ja.toProper Adj.
গাখীৰৰ পৰা উত্পাদিত বা গাখীৰৰ উত্পাদন আৰু তাৰ পৰা অন্য খাদ্য-দ্ৰৱ্য প্ৰস্তুতকৰণৰ সৈতে জড়িত
made of milk or anything related to the production and processing of milk
- দুগ্ধদন্তdug.dho.don.toMaterial Noun
স্তন্যপায়ী প্ৰাণীৰ চালুকীয়া অৱস্থাত গজা দাঁত ।
A temporary tooth in a child or young mammal.
- দুগ্ধদানVerbal Noun
ওহাৰ বা স্তনৰপৰা গাখীৰ ওলোৱা
the secretion of milk by the mammary glands
- দুগ্ধপন্তিdug.dho.pon.tiMaterial Noun
জন্তুৰ পোৱালি জগা মাত্ৰেই খীৰোৱা অলপ হালধীয়া গাখীৰ৷
The thin yellowish fluid secreted by the mammary glands at the time of parturition that is rich in antibodies and minerals, and precedes the production of true milk.