দুগদুগী
dug.du.gi
অৰ্থ
1.
অসমীয়া সংস্কৃতিৰ এবিধ বিশেষ লকেট
a traditional Assamese pendant
বস্তুবাচক বিশেষ্য
2.
ডিঙ্গিৰ পৰা বুকুলৈ ওলোমাই পিন্ধা এবিধ অলঙ্কাৰ
An adornment that hangs from a piece of jewellery (necklace or earring)
বস্তুবাচক বিশেষ্য
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ