কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সমভাৰsamabhāraNoun
সকলোৰে প্ৰতি দেখূওবা একে ভাব; নিৰপেক্ষতা
impartiality
- সমভাৰীxo.mo.bha.riAbstract Noun
যিবোৰ পৰমাণুৰ ভৰ ক্ৰমাংক একে কিন্তু পৰমাণু ক্ৰমাংক বেলেগ ৷
atoms of different elements having the same mass number but differ in their atomic number.
- সমভাৱxo.mo.bhabAbstract Noun
কাৰো পক্ষ নোলোৱাকৈ, সত্য, যুক্তি, ন্যায় আৰু সমানতাৰ দ্বাৰা নিৰ্দেশিত হ’ব পৰা গুণ
the ability or characteristic of being guided by truth, reason, justice, and fairness, without any bias
- সমভাৱাপন্নxo.mo.bha.ba.pon.noProper Adj.
একে মনোভাৱ বা মন্তব্য ধাৰণ কৰা
being of the same opinion
- সমভাৱাসম্পন্নxo.mo.bha.ba.xom.pon.noProper Adj.
(OF PEOPLE) HAVING THE SAME TASTE
- সমভিব্যাহাৰxo.mo.bhi.bya.harAbstract Noun
ওচৰত বন্ধু-বান্ধৱ, সহযোগী আৰু পৰিয়ালৰ লোকৰ উপস্থিতি
the presence of friends, partners & family members around
- সমভিব্যাহাৰেxo.mo.bhi.bya.ha.reConjuction
একেলগ হৈ; কোনো বিশেষ সম্পৰ্ক ৰাখি
accompanied by; in some particular relation to
- সমভূমিsamabhūmiNoun
খলা-বমা নখকা ঠাই; সমথল; ভৈয়াম
level ground; plain
- সমমণ্ডলsamamaṇḍalaNoun
গ্ৰীষ্ম-মণ্ডলৰ উত্তৰ আৰু দক্ষিণে হিম-মণ্ডলৰ সীমালৈ থকা পৱথিবীৰ কাল্পনিক ভাগ [ইয়াৰ জল-বায়ু অধিক তপত বা চেঁচা নহয়।]
temperate zone
- সমমাত্ৰিকxo.mo.mat.rikProper Adj.
এনে গুণ সম্পন্ন যে সংশ্লিষ্ট সকলো উপাদানেই একে
Having the property that all constituent elements are the same
- সমমিতxo.mo.mitProper Adj.
পৰস্পৰে মুখামুখিকৈ থকা সম্পূৰ্ণ একে অংশ
Repetition of exactly similar parts facing each other or a centre
- সমযোগীxo.mo.jo’.giMaterial Noun
পৰস্পৰ সদৃশ আনবিক সূত্ৰ বিশিষ্ট কিন্তু ভিন্ন গাঁঠনি বিশিষ্ট দুটা বা ততোধিক মিশ্ৰ
any two or more compounds with the same molecular formula but with different structure
- সমলsamalaNoun
প্ৰয়াসত খাৰলৈ লগত নিয়া দ্ৰব্য; বাট- খৰচ; খোবা বস্ত্ত; . সমলীয়া বিণ. প্ৰবসুবা মানুহৰ লগত ফুৰা আৰু প্ৰবাসত খাবলৈ বস্ত্ত নিয়া (ভাৰী)
provision for a journy; eatables ; carring provisions on a journey
- সমলিংগানুৰাগীProper Adj.
যৌন উপাদান অবিহনে সমলিংগ ব্যক্তিৰ প্ৰতি থকা মৰমৰ অনুভূতি
the affection of or liking others of the same sex but without a genital component
- সমলেখsamalekhaNoun
সমান গণনা; গড় হিছাপ; কম-বেছ সংখ্যাৰ মুঠ ধৰি সামানে কৰা ভাগ; . বিণ. সমলেখ। ক্ৰি. বিণ. সমলেখত।
an average
- সমলেখতxo.mo.le.khotAdposition
সৰ্বমুঠ ৰাশিক মানুহ বা বস্তুৰ সংখ্যাৰে ভাগ কৰিলে প্ৰতিজন/প্ৰতিটোৰ ভাগত যিমান পৰে, সিমান।
if the total figure is divided by the number of persons/things, then.
- সমলৈঙ্গিকxo.mo.loing.gikCommon Noun
একে লিঙ্গৰ আন ব্যক্তিৰ প্ৰতি যৌন আকৰ্ষণ অনুভৱ কৰা ব্যক্তি
persons having a sexual attraction to persons of the same sex
- সমলয়samalaẏaAdjective
মিল হৈ শুনিবলৈ ভাল হোৰা; সুশ্ৰাব্য হোবা
harmonious
- সমষ্টিsamaṣṭi
মুঠ; অনেক অঙ্কৰ মুঠ
a total
- সমষ্টি ওলোটনAbstract Noun
সমষ্টি ওলোটন, বিলোমন, বেপৰীতকৰণ
সমষ্টি ওলোটন, বিলোমন, বেপৰীতকৰণ