সমল
samala
অৰ্থ
1.
প্ৰয়াসত খাৰলৈ লগত নিয়া দ্ৰব্য; বাট- খৰচ; খোবা বস্ত্ত; . সমলীয়া বিণ. প্ৰবসুবা মানুহৰ লগত ফুৰা আৰু প্ৰবাসত খাবলৈ বস্ত্ত নিয়া (ভাৰী)
provision for a journy; eatables ; carring provisions on a journey
বি.
2.
সমল বা প্ৰবসুবাক বস্ত্ত যোগাওঁতা; . "চাউল-সমলীয়া"।
a caterer
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ