কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘চ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- চাৰণ পৰাcāraṇa, parāAdjective
ওচৰৰ ঠাইৰপৰা উটি অহা সাৰ পৰা; গোবৰ-জাবৰ পৰি সাৰুবা হোবা
fertilised by deposit of washings from neighbouring places
- চাৰণি বজাcāraṇi, bajā
যিমান বজাব লাগে তাতকৈ বেছি বজা বা কোবা (ঘণ্টা আদি); যেনে-"ঘড়ীত
- চাৰপাইcārapāiNoun
চাৰি খুৰা লগোবা শোবা আসন
a bedstead
- চাৰমিনাৰsar.mi.narProper Noun
ভাৰতৰ অন্ধ্ৰপ্ৰদেশৰ ৰাজধানী চহৰ হাইদৰাবাদত অৱস্থিত আটাইতকৈ গুৰুত্বপূৰ্ণ কীৰ্ত্তিচিহ্ন। ইয়াৰ চাৰিটা কোণত চাৰিটা বিশাল স্তম্ভ আছে।
the most important monuments in the city of Hyderabad, capital of the state of Andhra Pradesh, India. It has four pillar at the four corner of the structure.
- চাৰালcārālaNoun
চেঁউৰী হাতী
a young female elephant
- চাৰিcāriNoun
দুইৰ দুগুণ; দুবাৰ দুই
four
- চাৰি অনাsa.ri o.naMaterial Noun
এটকাৰ চাৰিভাগৰ এভাগ
one fourth of a rupee (or any monetory unit)
- চাৰি কুৰিsa.ri ku.riAbstract Noun
দহ আৰু আঠৰ পূৰণফল বুজোৱা সংখ্যাটো - ৮০ ৷
The cardinal number that is the product of ten and eight - 80.
- চাৰি চাপৰ বাজcāri, cāpara, bājaAdjective
সীমাৰ বাজ, অৰ্থাৎ সকলো প্ৰকাৰ সম্পৰ্ক নথকা
having no communication or connection whatever
- চাৰি সীৰ বাcāri, sīra, bā
চাৰি বাৰ হাল বা অৰ্থাৎ কঠীয়া তোলা কৰ্।
- চাৰি-কোণীয়াsa.ri-ko`.ni.yaAbstract Noun
এটা আয়তক্ষেত্ৰ, যাৰ আটাইকেইটা বাহু সমান
a rectangle having all four sides of equal length
- চাৰি-থনীয়াcāri-thanīẏāAdjective
চাৰিখন খালি পতা (শৰাধ)
consisting of four separate masses of rice, etc., for offering arranged on sheaths of plantain (said of śrāddha ceremony)
- চাৰি-দঁতিয়াcāri-dam̐tiẏāAdjective
আগৰ চাৰিটা পিয়াহ খোবা দাঁত সৰি নকৈ গজা (গৰু)।
- চাৰি-পুৰুষাৰ্থcāri-puruṣārthaNoun
ধৰ্ম্ম, অৰ্থ, কাম, মোক্ষ, এই চাৰি বিধ কামনাৰ বস্ত্ত।
- চাৰি-প্ৰসঙ্গcāri-prasaṅgaNoun
পুবা, দুপৰীয়া, আবেলি আৰু গধুলি কৰা নামপ্ৰসঙ্গ
the four sacred services of the Hindus in the morning, noon, afternoon and night
- চাৰি-বস্তুsa.ri-bos.tuAbstract Noun
নাম, গুৰু, ভকত আৰু দেৱ, একশৰণ নাম-ধৰ্মৰ এই চাৰি মূল সত্য
prayer, guru (the teacher), bhakat (the disciples) and deity - these four prime elements of vaisnava faith
- চাৰি-বস্ত্তcāri-basttaNoun
শৰণ লগাওঁতে সাৰ-ৰূপে আঙুলিয়াই দিয়া নাম, গুৰু, ভকত আৰু দেব, ভক্তি-ধৰ্মৰ এই চাৰি মূল সত্য।
- চাৰি-বেদcāri-bedaNoun
ঋক, যজু, সাম, অথৰ্ব, এই চাৰিখন বেদ।
- চাৰিআলিsa.ri.aliProper Noun
দুটা আলিয়ে যোগ চিনৰ দৰে কটাকটি কৰা ঠাই ৷
an intersection of two roads.
- চাৰিওফালsa.rio`.phalAdverb
কোনো এটা বস্তু বা স্থানৰ কেন্দ্ৰৰ পৰা তাৰ চাৰিও দিশত৷
in all directions from a center or point of reference.