← ফুৰি যাওক

চাৰি-প্ৰসঙ্গ

cāri-prasaṅga

অৰ্থ

1.

পুবা, দুপৰীয়া, আবেলি আৰু গধুলি কৰা নামপ্ৰসঙ্গ

the four sacred services of the Hindus in the morning, noon, afternoon and night

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

চাৰি-প্ৰসঙ্গ · অসমীয়া অভিধান