কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘খ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- খোছনিAbstract Noun
A bend (cloth, paper, etc.) over upon itself.
- খোছামতিkhochāmatiNoun
কুটুৰা কাৰ্য্য; বৰকৈ কৰা কাবৌ
flattery; earnest supplication
- খোছামোদkhochāmodaNoun
কুটুৰা কাৰ্য্য; বৰকৈ কৰা কাবৌ
flattery; earnest supplication
- খোজkhojaNoun
ভৰিৰ তলুবাৰ সাঁচ বা হেঁচাৰ চিন
a foot- print
- খোজ কাঢ়kho`j karhVerb-Intran.
সাধাৰণভাৱে ভৰি লৰাই আগলৈ গতি কৰা
to move forward by stepping the legs in normal paces
- খোজ কাঢ়্
ভৰি চলা; বাট বুল্
to walk
- খোজ গুৰিkhoja, guri
খোজ চাই চাই
scanning the foot- steps
- খোজ ধৰ্
খোজে খোজে বা পাছে পাছে ধৰিবলৈ যা
to track
- খোজ পেলাkho`j pe.laVerb-Intran.
সাধাৰণভাৱে ভৰি লৰাই আগলৈ গতি কৰা
to move forward by stepping the legs in normal paces
- খোজ ল
যা; ষাবলৈ আৰম্ভ কৰ
start
- খোজ লবা জাক ফুৰ্
মতা ল; বহ খা; পথাৰ ফুৰ্ (গৰু আদি জন্ত্ত)
to copulate, as a female animal
- খোজ-কাটলkho`j-ka.tolVerbal Noun
খোজ কঢ়া বা চলন-ফুৰণৰ ধৰণ।
a manner of walking, stepping, or running.
- খোজ-খবৰkho`j-kho.borAbstract Noun
কোনো কাৰ্য্যৰ সাক্ষ্য বিছাৰি বা সত্যাসত্য নিৰূপণ কৰাৰ বাবে পদ্ধতিগত ভাৱে কৰা অধ্যয়ন আৰু বিশ্লেষণ
the act of systematically doing a detailed or careful study or examination for evidence of an act and to ascertain facts
- খোজকাটলNoun
খোজ কঢ়াৰ গঢ় বা আও-ভাও
mode or style of walking
- খোজকাঢ়িkho’j.kar.hiAdverb
done or traveled by walking on foot.
- খোজনNoun
খোজা কাৰ্য্য; মাগন; প্ৰাৰ্থনা
act of begging
- খোজনিয়াৰkho`.jo.ni.yarCommon Noun
A person who requests for money, food, shelter, drugs, alcohol, or other necessities as donations, i.e. free of cost, from people they encounter .
- খোজনীয়াAdjective
খুজি বা এনেই খোবা
obtained gratis or by begging
- খোজা-বঢ়াkhojā-baṛhāNoun
বিয়া কৰিবলৈ ছোবালী ধৰা বা খোজা কাৰ্য্য; যেনে-"ল'ৰাটোলৈ ছোবালী খোজা-বঢ়া কৰিছো"
act of asking for a girl in marriage
- খোজে পতিkhoje, patiAdverb
প্ৰত্যেক খোজতে; পদে পদে; অলপ কথা বা কাৰণতে
at every step; on very flimsy ground