← ফুৰি যাওক

খোজ

khoja

অৰ্থ

1.

ভৰিৰ তলুবাৰ সাঁচ বা হেঁচাৰ চিন

a foot- print

বি.

2.

গতি বা গমন কৰা কাৰ্য্য; ভৰি লোবা চলোবা কাৰ্য্য

the act of pacing

বি.

3.

এখোজৰ পৰিমাণ দূৰতা; কিঞ্চিৎ দূৰণি

a step; a pace; a slight distance

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ