কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সমকৰ্ম্মীsamakarmmīNoun
আন এজনেৰে সৈতে একেটা কাম বা ব্যবসায়তে কাৰবাৰ কৰা মানুছ
a co-worker
- সমগোত্ৰীয়xo.mo.go’.tri.yoProper Adj.
একে উৎসৰ পৰা বিবৰ্ত্তিত হোৱা হেতুকে অনুৰূপ গাঁঠনিবিশিষ্ট
having similar structure due to genetic similarity
- সমগ্ৰsamagraNoun
সমুদায়; সমস্ত
all
- সমগ্ৰবাদAbstract Noun
প্ৰতিটো বস্তুৰ সামগ্ৰিক বা পূৰ্ণ ৰূপত আধাৰিত এক আন্তঃবৈষয়িক ধাৰণা
an interdisciplinary idea that each thing is a whole
- সমগ্ৰভাৱেxo.mo.gro.bha.beAdverb
Done or implemented the whole of a job.
- সমঘাতীয় সমীকৰণxo.mo.gha.ti.yo xo.mi.ko.ronAbstract Noun
যিবোৰ সমীকৰণৰ প্ৰতিটো পদৰে চলকৰ ঘাত সমান
the equations in which the power of the variable of each term is equal
- সমজাতীয়xo.mo.ja.ti.yoProper Adj.
এটা গোট, য’ত নেকি সকলো উপাদান বা সদস্য একেই প্ৰজাতিৰ বা একেই গুণাগুণবিশিষ্ট।
elements in a group that are all of the same or similar kind.
- সমজিলাAbstract Noun
সহকাৰী জিলা আয়ুক্ত পৰ্য্যায়ৰ বিষয়াই নেতৃত্ব দিয়া জিলা এখনৰ অধীনত থকা জিলাতকৈ এক সৰু প্ৰশাসনিক অঞ্চল
a smaller administrative unit within a district led by an officer of the rank of Assistant District Commissioner
- সমজুবাsamajubāAdjective
সমাজত বহা বা উপস্হিত থকা
present in an assembly
- সমজুৱাxo.mo.ju.waProper Adj.
একেলগে লগ লাগি সমাজ বান্ধি থকা ৷
Living together or enjoying life in communities or in organized groups.
- সমজোখsamajokhaNoun
সমান পৰিমাণ; দীঘলে-পুতলে মানী; দীঘ চাই পুতল হোবা গুণ
proportionateness
- সমজ্যাsamajyāNoun
সমাজ; সমাজৰ মানুহবিলাক; যেনে- "ৰাজ সমজ্যাক পাইলে পৰম অধৰ্ম্মে" (দশম)
society; members of a society
- সমঞ্জসsamañjasaAdjective
সঙ্গত; উচিত; যুক্তি-সিদ্ধ; যুগুত; . বি. সামঞ্জস্য।
proper; right; fit
- সমতত্বxo.mo.tot.toProper Adj.
এটা গোট, য’ত নেকি সকলো উপাদান বা সদস্য একেই প্ৰজাতিৰ বা একেই গুণাগুণবিশিষ্ট।
elements in a group that are all of the same or similar kind.
- সমতলsamatalaAdjective; Noun
সমান; ওখ-চাপৰ নথকা
plain
- সমতাsamatāNoun
সমান বা একে প্ৰকাৰৰ হোবা অবস্হা
similarity or equality
- সমতাযুক্তxo.mo.ta.juk.taProper Adj.
সমান বা যথোপযুক্ত পৰিমাণৰ।
being in harmonious or proper arrangement or adjustment, proportion, etc.
- সমতুলxo.mo.tulProper Adj.
সমান মূল্য বা গুণ থকা৷
a person or thing equal to another in value or measure or force or effect or significance etc.
- সমতুল্যsamatulyaAdjective
সমকক্ষ।
- সমতুল্যতাxo.mo.tu.lyo.taAbstract Noun
একে গঢ় বা আকৃতি বা গুণৰ হোৱা অবস্থা ৷
The quality of being similar in appearance or external or superficial details.