সমজুবা
samajubā
অৰ্থ
1.
সমাজত বহা বা উপস্হিত থকা
present in an assembly
বিণ.
2.
সমাজ-সম্পৰ্কীয়
regarding a meeting or society
বিণ.
3.
সভাসদ; সমাজ, সভা বা মেলত বহা মানুহ
a member of a society; a juror
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ
samajubā
সমাজত বহা বা উপস্হিত থকা
present in an assembly
বিণ.
সমাজ-সম্পৰ্কীয়
regarding a meeting or society
বিণ.
সভাসদ; সমাজ, সভা বা মেলত বহা মানুহ
a member of a society; a juror
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ