কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘উ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- উপশান্তupaśāntaAdjective
কম পৰা; উপশম
relaxed
- উপশান্তিNoun
যেনে-"ইটো দুখ হইবে উপশান্তি" (কীৰ্ত্তন)।
- উপশিৰোনামu.po.xi.ro`.namAbstract Noun
the text of dialogue, speeches, operas, etc., translated into another language and projected on the lower part of the screen.
- উপশিৰোনামাu.po.xi.ro`.na.maAbstract Noun
the text of dialogue, speeches, operas, etc., translated into another language and projected on the lower part of the screen.
- উপশীৰ্ষupaśīrṣaNoun
কোনো বিভাগৰ ভিতৰুবা বিভাগ; উপবিভাগ
sub-head
- উপশুল্কupaśulkaNoun
ঘাট আদি পাৰ হওঁতে দিব লগীয়া খাজনা
toll
- উপসংহতিu.po.xong.ho.tiProper Noun
সংহতিৰ ভিতৰত থকা আন এটা সংহতি, যাৰ মৌলবোৰ প্ৰথম সংহতিটোৰ মৌলবোৰৰ এটা অংশ ৷ উপসংহতি ৰিক্ত সংহতিও হ’ব পাৰে ৷
The set containing some or all or none of the elements of the given set.
- উপসংহাৰupasaṃhāraNoun
যি ঠাইত কোবা বা লিখা বিষয় অন্ত হয়; সেষ; শেহান্তৰ; অন্ত
conclusion; end
- উপসংহাৰিVerb
(পু. অ.) শেষ কৰি; যেনে-"খওঁ উপসংহৰি বচন মহেশৰ" (ৰত্নাবলী)
concluding
- উপসনu.po.xonProper Adj.
কোনো সময়ত কোনো স্থানত থকা অৱস্থা৷
being available at given time at given place
- উপসন্নAdjective
ওচৰত উপস্হইত; "নুপুছিলে উপসন্ন হোবাহা আপোনে। ই সব কাৰ্য্যক তোমাসাক সোধে কোনে" (মা. ক. লঙ্কাকাণ্ড)
to be present
- উপসমিতিupasamitiNoun
কোনো কামৰ বাবে নিযুক্ত সমিতি
sub- committee
- উপসহায়কMaterial Noun
যন্ত্ৰ বা সাজ-পাৰৰ সৈতে থকা অতিৰিক্ত আহিলা
additional attachment to machine or clothing
- উপসাক্ষ্য়Abstract Noun
কোনো ব্যক্তিৰ চৰিত্ৰ, আচৰণ, অৰ্হতা বা বস্তুৰ মূল্য আৰু উৎকৃষ্টতা প্ৰমাণ কৰা লিখিত বিবৃতি৷
A written statement certifying a person`s character, conduct, qualifications or the value and excellence of a thing.
- উপসাগৰupasāgaraNoun
প্ৰায় চাৰিওপিনে পাৰ বা থল থকা সাগৰৰ অংশ
a gulf; a bay
- উপসিদ্ধান্তu.po.xid.dhan.toAbstract Noun
এটা ধাৰণা বা বক্তব্য যি আগেয়ে প্ৰমাণিত কিবা এটাক অনুসৰণ কৰে; এক স্বাভাৱিক পৰিণতি
1. A proposition or statement that follows something already proven, 2. A natural consequence
- উপসুন্দupasundaNoun
সুন্দ দৈত্যৰ ভায়েক [তিলোত্তমাৰ ৰূপত দুয়ো ভোল গৈ মৰা-মৰি কৰি মৰে]।
- উপস্তম্ভu.po.stom.bhoAbstract Noun
কোনো বিশেষ ঘটনা বা অনুষ্ঠানৰ সময় বা কাৰণ।
Time or reason of a special event or happening.
- উপস্ত্ৰীu.po.striCommon Noun
এগৰাকী মহিলা যাৰ কোনো প্ৰভাৱশালী পুৰুষৰ লগত শাৰীৰিক সমন্ধ আছে, কিন্তু তেওঁৰ লগত বিবাহপাশত আৱদ্ধ নহয়৷ এনে মহীলাৰ সামাজিক মৰ্জদা নিম্ন৷
woman who lives and have physical relationship with a man she is not married to, and has a lower social rank than wife
- উপস্থu.pos.thoProper Noun
শৰীৰৰ যিবিলাক ভাগৰ দ্বাৰা সন্তান জন্মাৰ কাৰ্য্য হয়, সেইবোৰৰ প্ৰতিভাগ ।
The reproductive organs, especially the external sex organs.