← ফুৰি যাওক

উপসন্ন

অৰ্থ

1.

ওচৰত উপস্হইত; "নুপুছিলে উপসন্ন হোবাহা আপোনে। ই সব কাৰ্য্যক তোমাসাক সোধে কোনে" (মা. ক. লঙ্কাকাণ্ড)

to be present

বিণ.

2.

গোট খোবা; উৎপন্ন হোবা, যেনে-"ইহলোকে জীবে মানে হোবে উপসন্ন পুত্ৰ পৌত্ৰ আয়ু শ্ৰীবাঢ়ে দিনে দিন" (কিৰাতপৰ্ব্ব)।

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ