কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সম-অধ্যক্ষCommon Noun
অধ্যক্ষৰ আসনত যুটীয়াভাৱে অধিষ্ঠিত দুই বা ততোধিক ব্যক্তিৰ এজন
one of two or more individuals who jointly hold the office of the chairman
- সমকক্ষsamakakṣaAdjective
সমান শক্তি বা গুণৰ
possessing equal power or merit
- সমকমীsamakamīNoun
আন এজনেৰে সৈতে একেটা কাম বা ব্যবসায়তে কাৰবাৰ কৰা মানুছ
a co-worker
- সমকামিতাxo.mo.ka.mi.taAbstract Noun
একে লিঙ্গৰ আন ব্যক্তিৰ সৈতে শাৰীৰিক সম্পৰ্ক ৰখা স্বভাৱ বা গুণ
the nature of having physical relationship with someone of same sex
- সমকামীxo.mo.ka.miCommon Noun
একে লিঙ্গৰ আন ব্যক্তিৰ প্ৰতি যৌন আকৰ্ষণ অনুভৱ কৰা ব্যক্তি
persons having a sexual attraction to persons of the same sex
- সমকামী পুৰুষxo.mo.ka.mi pu.ruxCommon Noun
এনে পুৰুষ, যি আন পুৰুষৰ প্ৰতি যৌন আকৰ্ষণ অনুভৱ কৰে আৰু তেনে আকৰ্ষণৰ প্ৰতি সঁহাৰি জনায়।
a male individual who experience a sexual attraction toward, and responsiveness to, other males.
- সমকামী মহিলাxo.mo.ka.mi mo.hi.laCommon Noun
আন মহিলাৰ প্ৰতি যৌন আকৰ্ষণ অনুভৱ কৰা মহিলা
A woman whose sexual orientation is to women
- সমকালিকsamakālikaAdjective
একে কালতে থকা বা হোবা; সমসাময়িক
contemporary; contemporaneous
- সমকালিক সংঘটনxo.mo.ka.lik xong.gho.tonAbstract Noun
a phenomena where multiple independent events or series of events at the same time
- সমকালী-xo.mo.ka.li -Preffix
A prefix indicating that events occur at the same time
- সমকালীকৃতxo.mo.ka.li.kri.toVerbal Adj.
made to occur at the same time
- সমকালীকৰণxo.mo.ka.li.ko.ronVerbal Noun
The process of activating multiple events at the same time
- সমকালীনxo.mo.ka.linProper Adj.
একে সময়তে হোৱা বা থকা৷
existing, occurring, or living at the same time; belonging to the same time
- সমকায়xo.mo.kayCommon Noun
কাণ্ড, ডাল, পাত, মূল আদিৰ দৰে অংগ নথকা, কলা বিভাজন নোহোৱা উদ্ভিদৰ এক সৰল দেহ-গঠন ৷
a simple vegetative body undifferentiated into true leaves, stem, and root, ranging from an aggregation of filaments to a complex plantlike form.
- সমকেন্দ্ৰিকsamakendrikaAdjective
এটা সাধাৰণ কেন্দ্ৰ থকা
concentric
- সমকোণsamakoṇaNoun
এটা সৰল ৰেখাৰ ওপৰত আন এটা সৰল ৰেখা খিয় হৈ দুয়োকালে কৰা সমান কোণ দুটাৰ এটা; . বিণ. সমকোণী এটা সমকোণ থকা (ত্ৰিভূজ)
a right angle ; having a right angle
- সমকোণীxo.mo.ko`.niProper Adj.
এটা সমকোণ থকা (ত্ৰিভূজ)
having a right angle (triangle)
- সমক্ষণিকProper Adj.
একে সময়তে বিদ্যমান বা ঘটি থকা৷
existing or occurring at the same time
- সমক্ষেsamakṣeAdverb
কাৰো চকুৰ আগত; সম্মুখত; সাক্ষাতে; আগতে
in presence of; before.
- সমকৰ্মীxo.mo.kor.miCommon Noun
একেলগে কাম কৰোঁতা ৷
An associate one works with