সমকালীন
xo.mo.ka.lin
অৰ্থ
1.
একে সময়তে হোৱা বা থকা৷
existing, occurring, or living at the same time; belonging to the same time
প্ৰকৃত বিশেষণ
সমাৰ্থক শব্দ
2.
বৰ্তমান কালৰ অথবা বৰ্তমান কালৰ লগত সঙ্গতি থকা |
Of or pertaining to present and recent time; not ancient or remote.
প্ৰকৃত বিশেষণ
সমাৰ্থক শব্দ
3.
এটা নিৰ্দিষ্ট সময়ত কোনো ভাষাৰ অধ্যয়নক বুজায়। ইয়াক বৰ্ণনাত্মক ভাষাবিজ্ঞান বুলিও কোৱা হয়৷ ই কোনো এটা ভাষিক সম্প্ৰদায়ত মানুহে কেনেদৰে কয় তাক অধ্যয়ন কৰে।
refers to the study of a language at a given time. It is also called as descriptive linguistics that studies a language at one point in time. It investigates the way people speak in a given speech community.
বিশেষণ
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ