কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সভা-শুৰনিsabhā-śuraniAdjective
সমাজক শুবনি কৰা; সভাৰ ভিতৰত থকা আন মানুহতকৈ দেখাত অধিক সুন্দৰ হোবাৰ বাবে সভাৰ জেউতি চবোবা বা শ্ৰীবৱদ্ধি কৰা (মানুহ)
shedding lustre on the whole assembly; grand in appearance
- সভা-শুৱনিxo.bha-xu.wo.niProper Adj.
(সভাৰ মাজত) মানুহে দেখি ভাল পোৱা।
looking good enough for people to see.
- সভাউৰিxo.bha.u.riAbstract Noun
গাঁৱলীয়া মেলত গুচৰীয়া আৰু পদকীয়াৰ পৰা গোচৰ নিষ্পত্তি কৰাৰ বাবে লোৱা মাচুল
fee realised by village arbitrators from the disputing parties for settling a dispute
- সভাকক্ষxo.bha.ko.khyoAbstract Noun
অভিনয় বা ৰং-ধেমালি দেখুওৱা ঘৰ |
A hall where audience gathers for some discussion or performance
- সভাগৃহxo.bha.gri.hoAbstract Noun
অভিনয় বা ৰং-ধেমালি দেখুওৱা ঘৰ |
A hall where audience gathers for some discussion or performance
- সভাগোৱা ওজাপালিxo.bha.go`.wa o`.ja.pa.liAbstract Noun
দৰঙীয়া ওজাপালি এটা ভাগ৷ সুকনানি ওজাপালি আৰু ৰামায়ণ বা সভাগোৱা ওজাপালি- এই দুটা বহল ভাগত দৰঙীয়া ওজাপালিক ভগাব পাৰি৷
A from of traditional dance-drama called `ozapali` of Darrang district of Assam.
- সভাথলীxo.bha.tho.liAbstract Noun
অভিনয় বা ৰং-ধেমালি দেখুওৱা ঘৰ |
A hall where audience gathers for some discussion or performance
- সভাপতিsabhāpatiNoun
যিজনে সভাৰ কাৰ্য্য চলায়; . স্ত্ৰী. সভানেত্ৰী।
apresident; a chairman
- সভাপতিত্বxo.bha.po.ti.twoAbstract Noun
কোনো দেশ, সমাজ বা সভাৰ সভাপতিৰ দায়িত্ব লোৱা।
The state of being the president of a society, country or a meeting.
- সভাপতিমণ্ডলীCommon Noun
একাধিক সামূহিক সভাপতিৰ এক গোট, বিশেষকৈ বেচৰাকাৰী অনুষ্ঠানৰ ক্ষেত্ৰত
a collective presidency, especially of a non-governmental organization
- সভাসদsabhāsadaNoun
সমজুবা, সভাত উপস্হিত থকা লোক
a member of an assembly, society or club
- সভাস্থলxo.bha.stholAbstract Noun
অভিনয় বা ৰং-ধেমালি দেখুওৱা ঘৰ |
A hall where audience gathers for some discussion or performance
- সভাৰ্য্যেsabhāryyeAdverb
ভাৰ্য্যাৰে সৈতে।
- সভ্যsabhyaNoun
সভাসদ; সমজুবা
member of a society
- সভ্য কৰxo.bhyo korVerb-Trans.
আদিম অৱস্থাৰ পৰা উন্নত অৱস্থালৈ আনি সভ্য কৰা৷
To admit as suitable to a civilized state; to educate; to refine.
- সভ্যতাxo.bhyo.taAbstract Noun
সামাজিক বিকাশৰ উন্নত পদ্ধতি যাক সামাজিক ক্ৰমোন্নতিৰ এক উপাদান হিচাপে গণ্য কৰা হয়
Advanced system of social development that are regarded as an element of social evolution
- সভ্ৰsabhraNoun
পুৰণি কালত যজ্ঞৰ দীঘলীয়া অনুষ্ঠান
a sacrificial session
- সভয়েxo.bho.yeVerbal Adj.
স(সৈতে) ভয়৷ ভয়ৰ সৈতে৷ ভয়ে ভয়ে৷
With a sence of fear.
- সভৰ্তৃকাxo.bhor.tri.kaProper Adj.
যি তিৰোতাৰ স্বামী জীৱিত আছে ৷
A woman having a living husband
- সমsamaAdjective
সমান; তুল্য
equal; similar