সভ্য
sabhya
অৰ্থ
1.
সভাসদ; সমজুবা
member of a society
বি.
2.
সমাজত খকা; সমাজ, ৰজা বা নিয়মৰ অধীন.হৈ গাঁও বা নগৰত খকা; জ্ঞান, বিদ্যা পোবা; শিষ্ট; ভদ্ৰ; ; বি. সভ্যতা সভ্য লোকৰ আচৰণ
civilised; educated; polite ; civil manners
বিণ.
3.
সাহিত্য, ধৰ্ম, বিজ্ঞান আদিৰ উন্নতি কৰি সেইমতে জীবন চলোবা কাৰ্য্য বা অবস্হা
civilisation
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ