কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘খ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- খেলুবাইkhelubāiAdjective
খেলত পাৰ্গত মানুহ
skilled in play or games
- খেলুবাৰীAdjective
খেলাত পাৰ্গত
expert in playing
- খেলুবৈkhelubaiAdjective
খেলত পাৰ্গত মানুহ
skilled in play or games
- খেলুৱৈkhe.lu.woiCommon Noun
Participants in a game or sports
- খেলেপ-জেলেপkhelepa-jelepaNoun
সান-মিহলি; ওলট-পালট।
- খেলোবাৰAdjective
খেলাত পাৰ্গত
expert in playing
- খেলোবাৰীAdjective
খেলাত পাৰ্গত
expert in playing
- খেল্khelTransitive verb
কোনো বস্ত্ত পৰিচালন কৰি বা লৰচৰ্ কৰি ৰং ধেমালি কৰ্; যেনে-"নাও খেলাইছে; পঁচি খেলিছে"
to play or amuse
- খেল্-নাওkhel-nāoNoun
পানীত ধেমালি কৰা নাও
a pleasure or racing boat
- খেল্খেলাkhelkhelāIntransitive verb
খিল্খিলা; বৰকৈ শব্দ কৰি হাঁহ্
to laugh loudly
- খেল্মেলkhelmelaAdjective
আউল-বাউল; বিশৱঙ্খল; সান-মিহলি; লেট্পেট্
confused; disordered
- খেহ, খেহ দেশkheha, kheha, deśaNoun
চীন দেশ
China
- খেহ-ৰোগkheha-rogaNoun
কাহ লৈ আৰু কাহত তেজ ওলাই শুকাই- খীণাই যোবা সাংঘাতিক ৰোগ; যক্ষ্মা
pulmonary consumption
- খেহদেশkheh.dexAbstract Noun
ভাৰতৰ উত্তৰ দিশত অৱস্থিত প্ৰায় ৫০০০ বছৰৰ ইতিহাস সমৃদ্ধ, এছিয়া মহাদেশৰ এখন প্ৰধান দেশ।
A major Asian country, situated north of India with a long history of more than 5000 years. largest Asian country.
- খেহনেজীয়াkheh.ne.ji.yaProper Adj.
ধূলি-মাকতি বা অদৰকাৰী বস্তুৰে পৰিপূৰ্ণ বা আৱৰি থকা।
soiled with dirt; filled with unwanted materials.
- খেহেটাkheheṭāAdjective
মলি-থকা; জধলা; ফেদেলা; লেতেৰা
dirty; slovenly; of filthy habits
- খেহ্নেজীয়াkhehnejīẏāAdjective
অতি সামান্য; নীহ (মানুহ)
very mean; like a brute
- খেহৰুগীয়াkheharugīẏāAdjective
খেহ ৰোগে ধৰা
consumptive
- খেহৰোগkheh.ro`gAbstract Noun
মাইক`বেক্টেৰিয়াম টিউবাৰকুল`ছিচ নামৰ এবিধ বেক্টেৰিয়াৰ পৰা বিশেষকৈ হাওঁফাওঁত হোৱা এক প্ৰকাৰ বীজাণুজনিত ৰোগ।
an infectious disease that may affect almost any tissue of the body, esp. the lungs, caused by the organism Mycobacterium tuberculosis, and characterized by tubercles.
- খেয়ালkheẏālaNoun
আখটি
whim