← ফুৰি যাওক

খেল্খেলা

khelkhelā

অৰ্থ

1.

খিল্খিলা; বৰকৈ শব্দ কৰি হাঁহ্

to laugh loudly

অক. ধা.

2.

পানীত খল্খলাই বা শব্দ কৰি ধেমালি কৰ্

to play in water by water by dashing and agitating the water and thereby making a sound

অক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

খেল্খেলা · অসমীয়া অভিধান