কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ধ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ধনুৰ্ষাগdhanurṣāgaNoun
এখন ধেনু পূজা কৰিবলৈ কংস ৰজাই কৰা এটা যজ্ঞ ; যেনে-"ধনুৰ্ষাগ-শালা পাইলা পুছিয়া লোকত" (দশম)।
- ধনুৱাdho.nu.waVerbal Adj.
নগদ ধন দি কিনা
purchased by paying cash
- ধনেশdhaneśaNoun
পাকৈঢোঁৰা
hornbill
- ধনেশ্বৰdhaneśbaraNoun
কুবেৰ।
- ধন্দdhandaNoun
"ধান্দা" চোবাঁ।
- ধন্বdhon.woAbstract Noun
dry place,An area often covered with sand or rocks, where there is very little rain and not many plants:
- ধন্বন্তৰিdhanbantariNoun
বৈদ্য জাতিৰ এজন কাশীৰ ৰজা [হিন্দু-মতৰ চিকিৎসা তেবেঁই প্ৰথমে উলিয়ায় আৰু তেওঁৰ শিষ্য চৰক আৰু সুশ্ৰুত আদিয়ে তাক প্ৰচাৰ কৰে।]
a king of Banaras and the first founder of Hindu system of medicine
- ধন্যdhanyaAdjective
কৱতাৰ্থ; চৰিতাৰ্থ; প্ৰশংসাৰ যোগ্য; ভাগ্যবান
praiseworthy; successful; blessed; fortunate
- ধন্যধন্য
দুগুণে কৱতাৰ্থ বা ভাগ্যবন্ত।
- ধন্যবাদNoun
[সং.] বি. প্ৰশংসা কৰি বা কৱতজ্ঞতা জনাই কোবা কথা
thanks; praise
- ধন্যবাদ জনাdho.nyo.bad jo.naVerb-Trans.
to acknowledge indebtedness.
- ধনৱত্তাAbstract Noun
ধন-সম্পত্তি আদি আহৰণত সফলতা প্ৰাপ্তি, বৈষয়িক উন্নতি হোৱা
the state of being successful, especially material or financial success; good fortune
- ধনৱন্তdho.no.bon.toProper Adj.
যাৰ বহু ধন-সম্পত্তি আছে৷
one who possesses lots of money and wealth
- ধনৱানdho.no.wanProper Adj.
যাৰ বহু ধন-সম্পত্তি আছে৷
one who possesses lots of money and wealth
- ধনৱান কৰdho.no.wan korVerb-Trans.
কাৰোবাক বা কিহবাক চহকী কৰ্
to make something or someone richer
- ধপচালিdhapacāli
"ধুপালনি" চোবাঁ।
- ধপচালি পাৰ্
"ধুপালি পাৰ্" চোবাঁ।
- ধপধপনিdhopdhoponiAbstract Noun
Rhythimic pulsation of a heart, etc.
- ধপধপাdhopdhopaVerb-Intran.
ওপৰ-তলকৈ বা ইফাল-সিফালকৈ বাৰে-বাৰে নিয়মীয়া ছন্দেৰে লৰচৰ কৰ্
To move up and down or side to side in regular rhythm.
- ধপলাdhapalāAdjective
ডাঙৰ আৰু বহল
broad; like a flap