ধন্বন্তৰি
dhanbantari
অৰ্থ
1.
বৈদ্য জাতিৰ এজন কাশীৰ ৰজা [হিন্দু-মতৰ চিকিৎসা তেবেঁই প্ৰথমে উলিয়ায় আৰু তেওঁৰ শিষ্য চৰক আৰু সুশ্ৰুত আদিয়ে তাক প্ৰচাৰ কৰে।]
a king of Banaras and the first founder of Hindu system of medicine
বি.
2.
সাগৰ মথোঁতে অমৱতৰ ঘট হাতত লৈ সাগৰৰপৰা ওলোবা দেবতা
বি.
3.
বিক্ৰমাদিত্য ৰজাৰ নবৰত্নৰ এজন পণ্ডিত
one of the nine scholars at the court of King Vikramāditya
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ