কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ঢ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ঢাৰি-পাটি এৰ্dha.ri-pa.ti. erVerb-Intran.
শুই থকাৰ পৰা উঠ অথবা সজাগ হ৷
To come out of a state of natural sleep or become alert.
- ঢাৰি-পাটীḍhāri-pāṭīNoun
শয্যা
a bed
- ঢিপḍhipaNoun
কোনো চিন ৰাখিবৰ নিমিত্তে সজা মাটিৰ হাঁফলু
a mound of earth raised as a mark of something
- ঢিপঢিপনিdhip.dhi.po.niVerbal Noun
বুকুৰ স্পন্দন
sensation of rapid heartbeats.
- ঢিপঢিপাdhip.dhi.paVerb-Trans.
খৰকৈ ওপৰ-তল হ৷
pulsate or pound with abnormal force
- ঢিপিং ঢিপিং, ঢিপ্লিং ঢিপ্লিংḍhipim, ḍhipim, ḍhiplim, ḍhiplimNoun
বুকুৰ ভিতৰত কলিজাই লৰি বা কোবাই থাকোঁতে যেনে শব্দ বা আঘাত বোধ হয়, তেনে শব্দ বা আঘাত বুজোবা মাত
an imitative word used to express the palpitation of the heart
- ঢিমাḍhimāIntransitive verb
কম কৰ্; শাম কাট্; চোকা গুচি শাঁত হ; ধীৰে চল্
to become mild; to abate; to be slow
- ঢিমাIntransitive verb
কম হ
to abate
- ঢিমিক ঢামাকdhi.mik.dha.makAbstract Noun
উজ্জ্বল পোহৰ হঠাতে জিলিকি উঠা।
The emition or reflection of strong light sparingly.
- ঢিমিক ঢামাক কৰdhi.mik.dha.mak.korVerb-Intran.
কঁপি থকা যেন লগা পাতলীয়া পোহৰ দেখুওৱা৷
to shine with a soft light that seems to quiver.
- ঢিমিক ঢামাক কৰ্dhi.mik dha.mak korVerb-Trans.
জ্বলা নুমা যেন কৰি থকা সৰু, উজ্বল পোহৰ সৃষ্টি কৰা৷ যেনেঃ বতাহত চাকিটোৱে ঢিমিক ঢামাক কৰি আছে৷
to produce small bright flashes of light. e.g.the light glinted on the windows
- ঢিমিক-ঢামাকḍhimika-ḍhāmākaNoun
অলপকৈ জলিয়েই আকৌ নূমাব খোজা; অলপ পোহৰ হৈ আকৌ এন্ধাৰ হ'ব খোজা
glimmering or fluckering, as light or fire
- ঢিমিকি ঢিমিকিḍhimiki, ḍhimikiAdverb
অতি কম পৰিমাণে বা ভাবে; অতি দুৰ্ব্বল বা ধীৰে ধীৰে (জ্বলা, পোহৰ হোবা বা উশাহ লোবা)
in a very faint manner
- ঢিলḍhilaAdjective
উজু; সহজ
easy
- ঢিলাḍhilāAdjective
উজু; সহজ
easy
- ঢিলা কৰ্dhi.la korVerb-Trans.
বান্ধ মুকলি কৰি সোলোক-ঢোলোক কৰ্
To make or become loose or reduce tightness
- ঢিলা-পকীয়াdhi.la-po.ki.yaProper Adj.
ভালকৈ পাক নোখোৱা, ঢিলা পকীয়া । ( জৰীত খাটে )
Not well twisted, said of rope or string.
- ঢিলা-সোলোকাdhi.la-xo’.lo’.kaProper Adj.
টানকৈ ধৰি বা বান্ধি নোথোৱা
Not tightly held or fixed, etc.
- ঢিলাকৈdhi.la.koiAdverb
অলপীয়াকৈ আৰু লাহে লাহে
In a manner that is pleasing to the senses; with low volume.
- ঢুকাḍhukāIntransitive verb
অন্ত হ; নাইকিয়া হ; শেষ হ
to be exhausted; to come to an end