← ফুৰি যাওক

ঢিপিং ঢিপিং, ঢিপ্লিং ঢিপ্লিং

ḍhipim, ḍhipim, ḍhiplim, ḍhiplim

অৰ্থ

1.

বুকুৰ ভিতৰত কলিজাই লৰি বা কোবাই থাকোঁতে যেনে শব্দ বা আঘাত বোধ হয়, তেনে শব্দ বা আঘাত বুজোবা মাত

an imitative word used to express the palpitation of the heart

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ঢিপিং ঢিপিং, ঢিপ্লিং ঢিপ্লিং · অসমীয়া অভিধান