কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘গ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- গজগজনিAbstract Noun
কোনো কাঁইট বা গঁজালে বিন্ধাৰ ফলত হোৱা বিষকৰ অনুভূতি
the painful sensation produced by presence of spike or nail
- গজগজীয়াgoj.go.ji.yaProper Adj.
লৰচৰ নকৰি একে ঠাইতে থকা ৷
Not liable to fluctuate or move or especially to fall.
- গজঘণ্টাgo.jo.ghon.taMaterial Noun
হাতীৰ ডিঙিত ওলোমাই দিয়া/পিন্ধোৱা ঘণ্টা৷
a bell hung on an elephant's neck.
- গজদন্তgo.jo.don.toMaterial Noun
the hard white substance, a variety of dentin, composing the main part of the tusks of the elephant, walrus, etc. taken out from a dead animal and used to make carvings, ornaments etc.
- গজদন্ত মিনাৰgo.jo.don.to mi.narAbstract Noun
এনে এটা পৰিবেশ যত বুদ্ধিজীৱিসকলে বাস্তৱ জগতৰ পৰা বিছিন্ন হৈ অযথা বৌদ্ধিক কচৰৎ কৰি থাকে৷
The term ivory tower originates in the Biblical Song of Solomon (7:4) and was later used as an epithet for Mary. From the 19th century, it has been used to designate a world or atmosphere where intellectuals engage in pursuits that are disconnected from the practical concerns of everyday life.
- গজনgajanaNoun
গজা কাৰ্য্য
the act of germination
- গজবgajabaNoun
খং; অসন্তোষ
wrath; displeasure
- গজমতিgajamatiNoun
গজমুকুতা।
- গজমুকুতাgajamukutāNoun
এবিধ ডাঙৰ মুকুতা মণি [হাতীৰ দাঁতত উৎপন্ন হয় বুলি কিছুমানৰ বিশ্বাস।]
a kind of pearl supposed to be found in the tusk of an elephant
- গজমুক্তাgo.jo.muk.taMaterial Noun
হাতীৰ দাঁতত উৎপন্ন হয় বুলি বিশ্বাস কৰা এবিধ ডাঙৰ মুকুতা মণি
a kind of large-sized pearl thought to be found in the tusk of an elephant
- গজমূৰাgajamūrāAdjective
ভাই-ককাই আদি মৰি অন্ত হোবাৰ পাচত জীয়াই থকা; থাই-মূৰা; দুৰ্ভগীয়া; দুৰ্কপলীয়া
destitute; unfortunate
- গজমূৰীgo.jo.mu.riProper Adj.
যাৰ ভাগ্য বেয়া
one who suffers bad luck
- গজমূৰীয়াgajamūrīẏāAdjective
ভাই-ককাই আদি মৰি অন্ত হোবাৰ পাচত জীয়াই থকা; থাই-মূৰা; দুৰ্ভগীয়া; দুৰ্কপলীয়া
destitute; unfortunate
- গজমূৰ্খgo.jo.mur.khoCommon Noun
An extremely foolish person
- গজলgajalaNoun
হিন্দুস্হানী বা ফাৰ্চী ভাষাত গোবা এবিধ গীত; ভাৰতীয় সঙ্গীতৰ এটা শ্ৰেণী
a school of Indian music
- গজলাgajalāNoun
আৰি মাছৰ পোবালি
a young āri fish
- গজলিয়াIntransitive verb
গজালি ওলা।
- গজলীয়াgajalīẏāAdjective
কঁহকঁহীয়া ; প্ৰথম যৌবন অবস্হা পোবা ; উঠি অহা
youthful
- গজাgajā
সক. ধা পুলি কৰ্
to cause to germinate
- গজাকোঁহgajākom̐haNoun
এমুখ-পোন, এমুখ-আঁকোৰা, দুমুখীয়া লোৰ জোঙা হাতী খোঁচা বা চলোবা মাৰি; লাংচিং
a double pointed elephant goad