গজা
gajā
অৰ্থ
1.
সক. ধা পুলি কৰ্
to cause to germinate
2.
গজেৰে পৰিষ্কাৰ কৰ্; যেনে-"ধোঁবা-খোবাটো গজা"
to clean by inserting a thin stick
3.
গজি ওলোবা
germinated
বিণ.
4.
গজোবা।
5.
ঘিউত ভাজি চেনিৰ ৰসত সিজোবা ময়দাৰ এবিধ মিঠাই।
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ