কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সবান্ধবেsabāndhabeAdverb
বন্ধু-বান্ধব সমন্বিতে; মিতিৰ-কুটুমে সৈতে
with friends and relations
- সবান্ধৱেxo.ban.dho.beAdverb
বন্ধু-বৰ্গৰে সৈতে।
along with friends.
- সবাহsabāhaNoun
অনেক লোক গোট খাই কৰা উপাসনা; নৈবেদ্য আদি দি কৰা হৰি-কীৰ্ত্তন; . সবাহৰ কল বি. খুজিলেই পোবা অলপীয়া মূল্যৰ বস্ত্ত
public worship of Visnu ; a thing of trifling value
- সবিsabiNoun
পশ্চিম অসমৰ এক লোক-উৎসব; ভঠেলী।
- সবিতাsabitāNoun
জন্মদাতা; সূৰ্য্য; স্ত্ৰী. সবিত্ৰী, সবিত্ৰী জন্মদাত্ৰী; জননী।
- সবিনয়sabinaẏaAdjective
বিনয়পূৰ্ণ; নম্ৰভাবে কৰা
humble; respectful.
- সবিনয়েxo.bi.no.yeAdverb
সন্মান আৰু নম্ৰতাৰে সৈতে ভাৱ বিনিময় কৰা বিষযক৷
speaking or behaving with respect and dignity
- সবিশেষsabiśeṣaAdjective
বাহুল্য বিবৰণ থকা; সকলো কথা ভাঙি- পাতি কোবা
with all particulars; giving a detailed account
- সবিস্তাৰxo.bis.tarProper Adj.
ক্ষুদ্ৰ বস্তু বা অংশবিলাকো খুতি-নাতি মাৰি কৰা
Marked by thoroughness in treating small items or parts
- সবিস্তাৰেxo.bis.ta.reAdverb
অতি বহলকৈ সকলোবোৰ বৰ্ণনা দি (কোনো কথা কোৱা)
(describing something) in an exhaustive manner that is covering all minute details
- সবিস্ময়Proper Adj.
আগেয়ে নেদেখা নুশুনা; সাধাৰণতকৈ বেলেগ হোৱা
Out of the ordinary; unusual or striking; differing from the normal.
- সবিস্ময়েAdverb
আচৰিত হৈ; বিস্মিত হৈ
with surprise or astonishment
- সবিয়হsabiẏahaNoun
বছবেকীয়া বাম খেতিত হোবা শস্য আৰু তাৰ ছেইত ধৰা সৰু ঘূৰণীয়া গুটি [ইয়াৰ কোমল আগ আৰু পাতৰ আঞ্জা খায়; আৰু গুটিৰ তেল পেৰি উলিয়ায়; ইয়াৰ দুজাতি-এজাতিৰ গুটি ক'লা ( ), ইজাতিৰ বগা হালধীয়া
Brassica nigra ; (Brassica alba)।]; mustard seed and its plant; Brassica juncea (watt)
- সবুজsabujaAdjective
সেউজীয়া।
- সব্sabIntransitive verb
খহি পৰ্; এৰাই পৰ্
to drop; to fall down
- সব্যসাচীxo.byo.xa.siProper Adj.
যি দুয়োখন হাত সমানে চলাব পাৰে
one who can use both hands with equal ability
- সব্যসাচী বি. অৰ্জ্জুনsabyasācī, bi., arjjuna
সভয় [সং.] ভয়যুক্ত; ভয় থকা বা কৰা; . সভা [সং.] বি. কোনো কাৰ্য্য কৰিবলৈ লগ লগা মনুহৰ সমূহ; সমাজ; মেল; . সভাজন বি. সভাত উপস্হিত থকা মানুহ
a name of Arjuna ; fearful ; an ssociation; an assembly; a club; a meeting ; a member of an assembly
- সবৰ্ণsabarṇa
সমান জাতি; (ব্যাকৱ.) যিবোৰ শব্দৰ উচ্চাৰণৰ ঠাই এক; যেনে-অ, আ।
- সভক্তিৰেxo.bhok.ti.reAdverb
ভক্তি প্ৰদৰ্শন কৰি
by demonstrating loyalty or devotion
- সভাxo.bhaAbstract Noun
কোনো এক সামূহিক উদ্দেশ্য আগত ৰাখি একেলগ হোৱা মানুহৰ সমাৱেশ ৷
A group of persons gathered together for a common reason, as for a legislative, religious, educational, or social purpose.