কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘উ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- উপবাসupabāsaNoun
নেখাই থকা অবস্হা; লঘোন; অনাহাৰ; . পুণ্যৰ কাৰণে বা পূজা, শৰাধ আদি কৰিবৰ কাৰণে কৰা ব্ৰত
fast; abstinence from food and drink ; a religious fast
- উপবাস কৰ্u.po.bax korVerb-Intran.
খাদ্য নোখোৱাকৈ অথবা অতি কম পৰিমাণৰ খাদ্য খাই থাক্
to abstain from or to eat very little food
- উপবাসীu.po.ba.xiProper Adj.
ধৰ্মীয় ৰীতি অনুসৰি লঘোণে থকা।
abstaining from food especially as a religious discipline.
- উপবাসেu.po.ba.xeAdverb
আহাৰ নকৰাকৈ থকা অৱস্থা৷
in the manner or condition of very hungry.
- উপবাহিনীu.po.ba.hi.niCommon Noun
a portion of a naval fleet or a detachment of warships; a subdivision of a fleet
- উপবিধিupabidhiNoun
মূল আইনৰ অন্তৰ্ভূক্ত আন বিধি বা নিয়ম
by- law
- উপবিভাগu.po.bi.bhagCommon Noun
কোনো শীৰ্ষ বা বিভাগৰ অধীনৰ সৰু ভাগ।
a subordinate division of a title or heading.
- উপবিষ্টupabiṣṭaAdjective
আসন গ্ৰহণ কৰা; উপবেশন হোবা; বহা; ৰহি থকা
seated
- উপবিহupabihaNoun
ধুঁতুৰা, কণীবিহ, ভাং, আকণৰ এঠা, কৰবীৰ এঠা প্ৰভৱতি বৰ বিহৰ গুণ নথকা বিহ-জাতীয় বস্ত্ত
a narcotic poison
- উপবীতupabītaNoun
উত্তৰী; লগুণ; যজ্ঞসূত্ৰ; . বিণ. যজ্ঞোপবীত দ্বাৰা সংস্কৱত বা পবিত্ৰ হোবা
the sacred thread worn by the first three classes of Hindus ; the state of being purified by putting on a sacred thread
- উপবৃত্তu.po.brit.toAbstract Noun
বৃত্তাকাৰ, কৌণিক বা বেলন আকৃতিৰ পৃষ্ঠ এখনক এক বেঁকা তলত কাটিলে পোৱা জ্যামিতিক আকৃতি।
A geometric shape that results from cutting a circular, conical or cylindrical surface with an oblique plane.
- উপবৃত্তাকাৰu.po.brit.ta.karProper Adj.
উপবৃত্তৰ আকৃতিৰ বা সেই সম্বন্ধীয়।
pertaining to or having the form of an ellipse.
- উপবেদupabedaNoun
চাৰি বেদৰ বাহিৰৰ সামান্য বা সাধাৰণ বেদ; আয়ুৰ্ব্বেদ; ধনুৰ্ব্বেদ; গন্ধৰ্ব্ববেদ, শিল্পবেদ, অথৰ্ব্ববেদ আদি শাস্ত্ৰসমূহ
a class of scriptures dealing with warfare, human body, music, art etc., and considered as minor vedas
- উপবেশনupabeśanaNoun
বহা কাৰ্য্য; আসন-গ্ৰহণ; আসন লোবা
the act of sitting
- উপবোক্তupabokta
বিন. উপয্যুক্ত
- উপবোধupabodhaNoun
অনুৰোধ; ভৰসা; প্ৰৰ্থনা; . খাতিব; মান বাধা
a request ; regard; respect ; obsracle
- উপভাষাupabhāṣāNoun
মূল ভাষাৰ ভিন ভিন আঞ্চলিক ৰূপ
dialect
- উপভাষা বিজ্ঞানu.po.bha.xa bi.gyanAbstract Noun
কোনো এটা উপভাষা বা উপভাষাসমষ্টিৰ অৰ্থাৎ ভাষাৰ আঞ্চলিক ভিন্নতা সমূহৰ বিজ্ঞান সন্মত/পদ্ধতিগত অধ্যয়ন৷
the systemetic study of a dialect or all forms of dialects i.e. the regional variations of a language.
- উপভাষা বিজ্ঞানীupo.bha.xa.bi.gya.niCommon Noun
উপভাষা সম্পৰ্কে প্ৰণালীবদ্ধ অধ্যয়ণ কৰা আৰু সেই বিষয়ে বিশদ জ্ঞান থকা লোক৷
an expert in the systematic study of dialect(s).
- উপভাষাতত্বu.po.bha.xa.tot.woAbstract Noun
কোনো এটা উপভাষা বা উপভাষাসমষ্টিৰ অৰ্থাৎ ভাষাৰ আঞ্চলিক ভিন্নতা সমূহৰ বিজ্ঞান সন্মত/পদ্ধতিগত অধ্যয়ন৷
the systemetic study of a dialect or all forms of dialects i.e. the regional variations of a language.