কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নিঃস্বnih.swoProper Adj.
যাৰ টকা-পইচা আৰু সম্পত্তি নাই
one who lacks money and wealth
- নিঃস্বনniḥsbanaNoun
শব্দ; যেনে-"কোনে দিব বংশীৰ নিস্বান" (কীৰ্ত্তন)
sound
- নিঃস্বাৰ্থnih.swar.thoProper Adj.
ফললৈ ইচ্ছা নকৰা, আকাংক্ষা নথকা
disinterested, having no interest in reward or outcome
- নিঃসৰণniḥsaraṇaNoun
বাহিৰ ওলোবা; বিণ. নিঃসৱত।
- নিঃসৰণীয়nih.xo.ro.ni.yoVerbal Adj.
নিঃসৰণ অৰ্থাৎ কোনো দ্ৰব্য বাহিৰ কৰা বা বাহিৰলৈ এৰি দিয়া কাৰ্য্য বা প্ৰক্ৰিয়াৰ সৈতে জড়িত
relating to or performing secretion, i.e. the act or process of separating, elaborating, and releasing a substance
- নিঅ`প্লাজমMaterial Noun
দেহৰ কোনো অংশ পানী জমা হোৱা, আঘাত, বীজাণুৰ সংক্ৰমণ আদিৰ ফলত অস্বাভাৱিক ভাৱে ফুলি উঠা।
an abnormal enlargement or protuberance, as that resulting from edema, injury or infection etc.
- নিঅ`প্ৰিনMaterial Noun
তেল, পানী আদি প্ৰতিৰোধী গ্লভছ আদি তৈয়াৰ কৰাৰ বাবে ব্যৱহাৰ কৰা ৰাসায়নিক প্ৰক্ৰিয়াৰে নিৰ্মিত কৃত্ৰিম ৰবৰ
a synthetic rubber made by a chemical process that is used for gloves and wet suits that resist oil, water etc.
- নিউniuAbstract Noun
ফেঁচাই মতা মাত
A loud raucous cry (as of an owl)
- নিউ ইয়ৰ্কniu i.yorkProper Noun
আমেৰিকা যুক্তৰাষ্ট্ৰ এখন ৰাষ্ট্ৰ।
New York is a state in the Northeastern and Mid-Atlantic regions of the United States.
- নিউক্লীয়niu.kli.yoProper Adj.
নিউক্লিয়াছ বা কেন্দ্ৰৰ, কেন্দ্ৰ সম্বন্ধীয় বা কেন্দ্ৰ গঠনকাৰী
of, pertaining to, or forming a nucleus
- নিউক্লীয় আৱৰণMaterial Noun
কোষৰ ভিতৰত থকা কোষকেন্দ্ৰটোক আৱৰি থকা দুতৰপীয়া আৱৰণ
the double membrane surrounding the nucleus within a cell
- নিউজিলেণ্ডniu.ji.lendProper Noun
অষ্ট্ৰেলিয়াৰ পূবত ওচেলিয়াৰ অন্তৰ্গত প্ৰশান্ত মহাসাগৰত থকা এখন দ্বীপৰাষ্ট্ৰ৷
New Zealand is an island country in the south-western Pacific Ocean.
- নিউটনniu.tonProper Noun
মাধ্যাকৰ্ষণ শক্তিৰ আৱিষ্কাৰক বিজ্ঞানী
A scientist famous for discovering gravity.
- নিউট্ৰনniu.tronAbstract Noun
পদাৰ্থৰ নিউক্লিয়াছত থকা এবিধ আধানবিহীন কণা ৷
The neutron is a subatomic nuclear particle with no net electric charge.
- নিউট্ৰন অপৱৰ্তনAbstract Noun
ঘনীভূত পদাৰ্থৰ গঠন অনুসন্ধানৰ কৌশল
the technique for investigating the structure of condensed matter
- নিউট্ৰন অভিৱাহAbstract Noun
প্ৰতি একক সময় আৰু আয়তনত সকলো মুক্ত নিউট্ৰনে অতিক্ৰম কৰা মুঠ দূৰত্ব
the total distance traveled by all free neutrons per unit time and volume
- নিউট্ৰিন’niu.tri.no``Material Noun
মৌলিক কণা৷ অন্য মৌলিক কণাৰ সৈতে বৰ দুৰ্বলভাৱে ক্ৰিয়া কৰে৷
An elementary particle with half-integer spin, that interacts only via the weak subatomic force and gravity. The mass of the neutrino is tiny compared to other subatomic particles.
- নিউমনিয়াniu.mo.ni.yaAbstract Noun
যি কোনো প্ৰমেহৰ বাবে হাওঁফাঁওৰ স্বাভাৱিক কলাকোষৰ ঘনীভৱন হোৱা অৱস্থা৷
Inflamation of lung
- নিউমোনিয়াniumoniẏāNoun
হাঁও-ফাঁওৰ প্ৰদাহ।
- নিঋতিnir̥tiNoun
মৱত্যু আৰু সংহাৰৰ দেবী; নৈঋত দিশৰ অধিষ্ঠাত্ৰী দেবী।