কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘দ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- দিব্যধামdib.yo.dhamAbstract Noun
ধৰ্মীয় আৰু আধ্যাত্মিক দৰ্শনত উল্লেখিত এখন ঠাই, যাক আটাইতকৈ পৱিত্ৰ ঠাই হিচাপে গণ্য কৰা হয় আৰু মানুহে নিজৰ কৰ্মফল অনুসৰি এই ঠাইলৈ যোৱাৰ যোগ্যতা অৰ্জন কৰে বুলি ভবা হয়৷
The place of existence (sometimes held to exist in our own universe) in religions and spiritual philosophies, typically described as the holiest possible place, accessible by people according to various standards of divinity (goodness, piety, etc.).
- দিব্যনদীdi.byo.no.diProper Noun
ভাৰতবৰ্ষৰ উত্তৰ অঞ্চলৰ মাজেদি বৈ যোৱা এক প্ৰধান নদী।
A major river flowing through the northern part of India.
- দিব্যনাৰীdi.byo.na.riCommon Noun
কাল্পনিক জগতৰৰ এগৰাকী সুন্দৰ মহিলা যি বহু মায়াৱী শক্তিৰ অধিকাৰীনী৷
A tiny imaginary being in human form, depicted as clever, mischievous, and possessing magical powers
- দিব্যনেত্ৰNoun
চকুৰে নেদেখা বিষয় দেখিবৰ বা জানিবৰ শক্তি; অন্তৰিন্দ্ৰিয়
internal vision
- দিব্যলোকdib.yo.lo`kAbstract Noun
ধৰ্মীয় আৰু আধ্যাত্মিক দৰ্শনত উল্লেখিত এখন ঠাই, যাক আটাইতকৈ পৱিত্ৰ ঠাই হিচাপে গণ্য কৰা হয় আৰু মানুহে নিজৰ কৰ্মফল অনুসৰি এই ঠাইলৈ যোৱাৰ যোগ্যতা অৰ্জন কৰে বুলি ভবা হয়৷
The place of existence (sometimes held to exist in our own universe) in religions and spiritual philosophies, typically described as the holiest possible place, accessible by people according to various standards of divinity (goodness, piety, etc.).
- দিব্যাProper Adj.
অতিশয় ভাললগা, মনোৰম, আনন্দ-দায়ক|
very pleasant, attractive or delightful.
- দিব্যাংগনাdi.byang.go.naCommon Noun
কাল্পনিক জগতৰৰ এগৰাকী সুন্দৰ মহিলা যি বহু মায়াৱী শক্তিৰ অধিকাৰীনী৷
A tiny imaginary being in human form, depicted as clever, mischievous, and possessing magical powers
- দিব্যোদকdibyo`.dokMaterial Noun
মেঘৰ পৰা পানীৰ টোপালবোৰ |
Water falling in drops/droplets from vapour condensed in the atmosphere (cloud).
- দিব্যৰসMaterial Noun
এবিধ জুলীয়া ধাতু
a liquid metal. With a freezing point of −38.83 °C and boiling point of 356.73 °C, mercury has one of the narrowest ranges of its liquid state of any metal.
- দিলdilaNoun
হিয়া, হৱদয়।
- দিলখোছdilakhochaAdjective
প্ৰফুল্লচিত্ত; যি মন প্ৰফুল্ল কৰে।
- দিলজানdil.janCommon Noun
কোনোৱে অতি ভাল পোৱা এজন ব্যক্তি
refers to a person whom one loves a lot
- দিলদাৰdiladāraAdjective
হৱদয়বান; দৰদী; মুকলি মনৰ।
- দিলদৰিয়াdiladariẏāAdjective
হৱদয়বান; দৰদী; মুকলি মনৰ।
- দিলবাহাৰাdilabāhārāAdjective
প্ৰফুল্লচিত্ত; যি মন প্ৰফুল্ল কৰে।
- দিলীপdilīpaNoun
এজন সূৰ্য্য বংশৰ ৰজা; ৰামচন্দ্ৰৰ এজন পূৰ্ব্বপুৰুষ
a king of the solar race
- দিল্লীdil.liProper Noun
ভাৰত গণৰাজ্যৰ ৰাজধানী মহানগৰী
The capital city of the Republic of India.
- দিশdiśaNoun
পূৰ্ব্ব, পছিম, উত্তৰ আদি
a point of the compass; direction
- দিশ-বিদিশ
আঠো দিশ; সমস্ত দিশ
all the points of the compass
- দিশপাশNoun
সমস্ত দিশ; চাৰিওফাল
all sides