কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘দ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- দিবাdibāNoun
দিনৰ সময়।
- দিবা-স্বপ্নdibā-sbapnaNoun
মিছা কল্পনা।
- দিবাকৰdibākaraNoun
সূৰ্য্য
the sun
- দিবাচৰdi.ba.sorProper Adj.
প্ৰধানকৈ দিনৰ সময়চোৱাত সক্ৰিয় হৈ থকা (প্ৰাণী)।
Active mainly during daytime, like diurnal animals.
- দিবানাথdi.ba.nathProper Noun
আমাৰ সৌৰজগতৰ মূল আধাৰ, আৰু তাপ আৰু পোহৰৰ উত্স ৰূপে পৃথিৱীত জীৱন বৰ্ত্তাই ৰখা এক নক্ষত্ৰ
A star that is the basis of our solar system and that sustains life on Earth, being the source of heat and light.
- দিবানিশিdibāniśiNoun
দিন-ৰাতি।
- দিবান্ধCommon Noun
স্ত্ৰীগিফৰ্মেছ্ বৰ্গৰ অন্তৰ্গত, ঠেঙত চুটি পাখি আৰু হাঁকোটা থকা, ডাঙৰ মূৰ আৰু চুটি বেঁকা ঠোঁট যুক্ত, আগলৈ ওলোৱা ডাঙৰ চকুৰে এবিধ নিশাচৰ পৰভোজী প্ৰাণী৷ ইহঁতৰ গোটেই গা পাতল, কোমল পাখিৰে আৱৰি থাকে বাবে প্ৰায় শব্দ নকৰাকৈ উৰিব পাৰে৷
Any of various often nocturnal birds of prey of the order Strigiformes, having hooked and feathered talons, large heads with short hooked beaks, large eyes set forward, and fluffy plumage that allows for almost noiseless flight.
- দিবাবসুdi.ba.bo.xuProper Noun
আমাৰ সৌৰজগতৰ মূল আধাৰ, আৰু তাপ আৰু পোহৰৰ উত্স ৰূপে পৃথিৱীত জীৱন বৰ্ত্তাই ৰখা এক নক্ষত্ৰ
A star that is the basis of our solar system and that sustains life on Earth, being the source of heat and light.
- দিবালোকAbstract Noun
দিনৰ উজ্জ্বল পোহৰ
The bright light of the day
- দিবাৰাত্ৰdibārātraNoun
দিন-ৰাতি।
- দিবিজProper Adj.
স্বৰ্গ বা ঈশ্বৰ সম্পৰ্কীয়
related to the heaven or the God
- দিবিস্থProper Adj.
স্বৰ্গ বা ঈশ্বৰ সম্পৰ্কীয়
related to the heaven or the God
- দিব্-চকুdib-so.kuMaterial Noun
দৃষ্টি শক্তি দুৰ্বল হ’লে দেখাত সহায়ৰ বাবে পিন্ধা এযোৰ আকাৰ-বৰ্দ্ধক আইনা
A pair of magnifying glasses used as viewing aid
- দিব্যdibyaNoun
শপথ
an oath
- দিব্য জ্ঞান
ঈশ্বৰ বা পৰমাৰ্থ বিষয়ক জ্ঞান; পৰমাৰ্থ-বোধ
divine or spiritual knowledge
- দিব্যচকুNoun
চকুৰে নেদেখা বিষয় দেখিবৰ বা জানিবৰ শক্তি; অন্তৰিন্দ্ৰিয়
internal vision
- দিব্যচক্ষুdi.byo.so.khyuAbstract Noun
চকুৰে নেদেখা বিষয় জনাৰ বা দেখাৰ শক্তি।
the ability to visualise or perceive things which are not seen.
- দিব্যজ্ঞানdi.byo.gyanAbstract Noun
ঈশ্বৰ বা আত্মা সম্বন্ধীয় আনুভূতিক অথবা স্বভাৱসিদ্ধ জ্ঞান
intuitive knowledge of spiritual truths
- দিব্যদৃকCommon Noun
One who studies supposed effects of planetary influence on human affairs
- দিব্যদৃষ্টিdi.byo.dris.tiAbstract Noun
চকুৰে নেদেখা বিষয় জনাৰ বা দেখাৰ শক্তি।
the ability to visualise or perceive things which are not seen.