কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সন্মুখতxon.mu.khotAdverb
কাৰোবাৰ চকুৰ আগত
do or happen something when one is present
- সন্মুখবৰ্তীxon.mukh.bor.tiProper Adj.
কোনো এজনৰ মুখৰ সমুখৰফালে থকা বা সেই দিশৰ পৰা চোৱা
seen from or related to the front part of one's face
- সন্মুখস্থxon.mu.khos.thoProper Adj.
কোনো এজনৰ মুখৰ সমুখৰফালে থকা বা সেই দিশৰ পৰা চোৱা
seen from or related to the front part of one's face
- সন্মুখাগতxon.mu.kha.go.toCommon Noun
আগে আগে যোৱা পথাচাৰী সৈনিকৰ দল৷
one of a group of foot soldiers detailed to make roads, dig intrenchments, etc., in advance of the main body.
- সন্মুখীনxon.mu.khinConjuction
এজনে আন এজনৰ প্ৰতিদ্বন্দী হিচাবে ঠিয় হোৱা ৷
Directly facing each other so as to compete.
- সন্মুখীন হxon.mu.khin hoVerb-Trans.
To come in front one one another, sepcially for a contest
- সন্মূখxon.mukhAbstract Noun
আগবাঢ়ি থকা বা সঘনাই ব্যৱহাৰ হৈ থকা অথবা সঘনাই দেখি থকা দিশ ৷
That part or side that is forward, or most often seen or used.
- সন্মূখতxon.mu.khotProper Adj.
নিজে মুখ কৰি থকা দিশৰ কোনো এঠাইত ৷
In a forward place or position.
- সন্মূখলৈxon.mu.kho.loiAdverb
সন্মুখৰ ফালে থকা কোনো স্থানলৈ; সময় বা ঠাই সাপেক্ষে আগৰ ফাললৈ
toward a point ahead or in front; forward, as in space or time.
- সন্মোদনাত্মকProper Adj.
কোনো কথাৰ সন্মতি প্ৰকাশক বা গ্ৰহণ কৰা বিষয়ক ৷
Characterized by or displaying certainty, acceptance, or affirmation.
- সন্মোহনxon.mo`.honAbstract Noun
সচেতন মনক দমন কৰি সৃষ্টি কৰা টোপনি-সদৃশ অৱস্থা।
sleeplike state created by overpowering conscious mind.
- সন্মোহন নিদ্ৰাxon.mu.hon nid.raAbstract Noun
সচেতন মনক দমন কৰি সৃষ্টি কৰা টোপনি-সদৃশ অৱস্থা।
sleeplike state created by overpowering conscious mind.
- সন্মোহন বিদ্যাAbstract Noun
সম্মোহনৰ অধ্যয়ন বা অনুশীলন
the study of hypnosis
- সন্মোহনকাৰীxon.mo`.hon.ka.riCommon Noun
যিজন ব্যক্তিয়ে আনৰ সচেতন মনক দমন কৰি টোপনি-সদৃশ অৱস্থাৰ সৃষ্টি কৰে
someone who can put people in a sleeplike state created by overpowering conscious mind
- সন্মোহিতxon.mo`.hitAdjective Adj.
কিবা শুনোতে বা চাওঁতে কাৰোবাৰ সম্পূৰ্ণ মনোযোগ তাতেই নিবদ্ধ হোৱা অৱস্হা৷
a condition when your attention is completely held by what you are listening, reading or watching.
- সন্মোহিত কৰ্xon.mo`.hit korVerb-Trans.
বিশেষ পৰামৰ্শৰ দ্বাৰা কোনো ব্যক্তিক মোহাচ্ছন্ন কৰি ৰাখ।
to put someone in a special state of mind where he/she can be completely controlled.
- সন্যাসxon.nyaxAbstract Noun
সংসাৰৰ মায়া-মোহ ত্যাগ কৰা অৱস্থা
the state of abstaining of materislistic life
- সন্যাসিনীxon.nya.xi.niCommon Noun
a female ascetic who lives by certain vows and spends her life in prayer and contemplation in a monastery or convent
- সন্যাসীxon.nya.xiCommon Noun
ধৰ্মীয় নীতি-নিয়ম কঠোৰভাৱে পালন কৰি সংসাৰ ত্যাগী ধাৰ্মিক লোক।
member of a religious community of men living under vows.
- সন্সনাsansanā
অক. ধা গছ আদিৰ শুকান পাত লৰালে বা পলু ৰগাই যাওঁতে হোবাৰ নিচিনা শব্দ কৰ্
to rustle