কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নিniTransitive verb
নি; এঠাইৰপৰা আন ঠাইলৈ লৈ যা; . কৱদ
to convey from one place to another
- নিংকৰাniṅkarāNoun
পঁইতাচোৰাৰ সদৱশ এবিধ পানীত থকা অলপ সৰু আৰু পখৰা গাৰে এবিধ পোক
a variety of cockroach
- নিঃকিনniḥkinaAdjective
অতি দুখীয়া
very poor
- নিঃচৰ্তnih.sor.toProper Adj.
কোনো পুৰ্বচৰ্ত নথকা
without conditions or limitations in an agreement
- নিঃচৰ্ত্তভাৱেnih.sor.to.bha.beAdverb
কোনো পূৰ্বচৰ্ত্ত নোহোৱাকৈ
without any precondition
- নিঃচৰ্ত্তেnih.sor.teAdverb
কোনো পূৰ্বচৰ্ত্ত নোহোৱাকৈ
without any precondition
- নিঃপালীnih.pa.liAbstract Noun
টোপনিৰ অতি গভীৰ অৱস্থা৷ এনে টোপনিৰ পৰা কাৰোবাক জগাবলৈ বৰ কঠিন৷
A state of sleep when it is very difficult to awaken
- নিঃশব্দnih.xob.doProper Adj.
মাত বা কোলাহল নথকা
absence of noise/voice
- নিঃশব্দ হnih.xob.do hoVerb-Intran.
শব্দ বা মাত-কথা নোহোৱা হ
to become devoid of noise or sound
- নিঃশব্দতাnih.xob.do.taAbstract Noun
শব্দ বা কোলাহল নোহোৱা অৱস্থা।
the state or condition of devoid of sound or noise.
- নিঃশেষniḥśeṣaAdjective
সমস্ত; যেনে-"নিঃশেষ পাপৰ প্ৰলয়ৰ হেতু যাহাৰ পদ-স্মৰণ" (দশম)।
- নিঃশেষ কৰ্nih.xex korVerb-Trans.
আকাৰ বা পৰিমাণত সৰু বা কম হোৱা
to become small or less in size or quantity
- নিঃশ্বাসniḥśbāsaNoun
নিশ্বাস।
- নিঃশ্বাস লnih.swax loVerb-Intran.
নাকেৰে শুঙি চোৱা কাৰ্য্য|
To inhale a short, audible breath through the nose, as in smelling something.
- নিঃশ্ৰেয়সniḥśreẏasaNoun
মঙ্গল; জ্ঞান; মুক্তি।
- নিঃসঁচnih.xo~sVerbal Adj.
বংশ নিৰ্ম্মূল হোৱা অৰ্থাত্ বংশৰ সকলো মৰি শেষ হোৱা৷
to be entirely extinct by death of all in a family.
- নিঃসংগnih.xong.goProper Adj.
কোনো লগ নাইকিয়া ব্যক্তি, লগ-সংগ নোহোৱা অৱস্থা
one who has no company; an atmosphere of having no company
- নিঃসংশয়nih.xong.xoyProper Adj.
বিপদ বা ভয়ৰ সন্মুখীন হ’ব বা মোকামিলা কৰিব পৰা সামৰ্থ্য থকা
able to face and deal with danger or fear
- নিঃসঙ্কোচnih.xong.ko`sProper Adj.
লাজ বা অপমানলৈ ভয় বা কোঁচ নোখোৱা
not prevented by a sense of shame
- নিঃসঙ্কোচভাৱেnih.xong.kos.bha.beVerbal Adj.
কোনো সঙ্কোচ বা দ্বিধা নোহোৱাকৈ
without any hesitation