কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘দ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- দিনাগমAbstract Noun
দিনটোৰ প্ৰথম বা আগতীয়া অংশ।
The first or early part of the day.
- দিনান্তNoun
দিনৰ অন্ত অৰ্থাৎ গধূলি
evening
- দিনান্ধAdjective
দিন-কণা; দিনত নেদেখা
blind at day time
- দিনেdineAdverb
এদিনত; প্ৰত্যেক দিনত
per diem; for each day
- দিনে দিনে, দিনেপতি
প্ৰতিদিনে
daily
- দিনে নাট্
দিন টুট্; আয়ুস কম হ
to shorten existence or duration of life
- দিনে-দিনেdi.ne-di.neAdverb
সাধাৰণতে সঘনাই ঘটি থকা অৰ্থত ব্যৱহাৰ হয়|
Found in the ordinary course of events; as if it happens regularly.
- দিনে-নিশাইAdverb
এটা সম্পূৰ্ণ দিন আৰু ৰাতি
a whole day and night.
- দিনে-পোহৰেdi.ne-po`.ho.reAdverb
দিনৰ ভাগত পোহৰ হৈ থকা অৱস্থাত
in the daylight
- দিনে-ৰাতিয়েAdverb
দিন আৰু ৰাতি দুই কালতে; সদায়; নেৰা-নেপেৰাকৈ
day and night; always; continuously
- দিনেও
নিতৌ, দিনেপতি; সদায়
daily; always
- দিনেপতিdi.ne.po.tiAdverb
সাধাৰণতে সঘনাই ঘটি থকা অৰ্থত ব্যৱহাৰ হয়|
Found in the ordinary course of events; as if it happens regularly.
- দিনেশdi.nesProper Noun
আমাৰ সৌৰজগতৰ মূল আধাৰ, আৰু তাপ আৰু পোহৰৰ উত্স ৰূপে পৃথিৱীত জীৱন বৰ্ত্তাই ৰখা এক নক্ষত্ৰ
A star that is the basis of our solar system and that sustains life on Earth, being the source of heat and light.
- দিনৌ
নিতৌ, দিনেপতি; সদায়
daily; always
- দিনৰ দিনটোNoun
ওৰে দিনটো; গোটেই দিন
the whole day
- দিপৰ বিলdi.por bilProper Noun
is located to the south-west of Guwahati city, in Kamrup district of Assam, India[1] It is a permanent freshwater lake, in a former channel of the Brahmaputra River, to the south of the main river. It is also called a wetland under the Ramsar Convention which has listed the lake in November 2002, as a Ramsar Site for undertaking conservation measures on the basis of its biological and environmental importance
- দিপৰাAbstract Noun
দিনৰ বাৰ বজা বা মাজ ভাগ
twelve o` clock in the daytime or middle of the daytime
- দিবdibaNoun
স্বৰ্গ।
- দিব-চকুdiba-cakuNoun
দেখা শক্তি ব়ঢ়াবলৈ চকুত লগোবা কাচৰ চছ্মা
a spectacle; an eye-glass
- দিবসdibasaNoun
"দিন"ৰ