কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সন্ন্যাসীxon.nya.xiCommon Noun
ধৰ্মীয় নীতি-নিয়ম কঠোৰভাৱে পালন কৰি সংসাৰ ত্যাগী ধাৰ্মিক লোক।
member of a religious community of men living under vows.
- সন্মতxon.motProper Adj.
কোনো কথা বা কামত সকলোৱে একে সিদ্ধান্ত উপনীত হোৱা।
In a state of being agreeing upon.
- সন্মত হxon.mot hoVerb-Trans.
কোনো বিষয় সম্পৰ্কে সহমতত উপনীত হ।
To come into or be in accord, as of opinion.
- সন্মতজনকAdjective
যিটো বা যাৰ লগত মনে মিলিছে বা ৰাজী হ’ব পাৰি৷
one that can be agreed upon.
- সন্মতিxon.mo.tiAbstract Noun
আনে কৰা বা প্ৰস্তাৱ কৰা কামৰ প্ৰতি সহমত
compliance in or approval of what is done or proposed by another
- সন্মতি জনাxon.mo.ti jo.naVerb-Trans.
কোনো বিষয় সম্পৰ্কে সহমতত উপনীত হ।
To come into or be in accord, as of opinion.
- সন্মতি দেxon.mo.ti deVerb-Trans.
কোনো বিষয় সম্পৰ্কে সহমতত উপনীত হ।
To come into or be in accord, as of opinion.
- সন্মতি প্ৰকাশ কৰ্xon.mo.ti.pro.kax korVerb-Trans.
কোনো বিষয় সম্পৰ্কে সহমতত উপনীত হ।
To come into or be in accord, as of opinion.
- সন্মানxon.manAbstract Noun
প্ৰশংসাসূচক এক বিশিষ্ট অনুভূতি, য’ত কাৰোবাক এক অতি উচ্চ আসনত ৰখা হয়
A feeling of appreciative, often deferential regard
- সন্মান কৰ্xon.man korVerb-Trans.
মান বা শ্ৰদ্ধা প্ৰদৰ্শন কৰ্
to regard with feelings of respect and reverence
- সন্মান সহকাৰেxon.man xo.ho.ka.reAdverb
বহু আদৰ সম্ভাষণেৰে কাৰোবাক সমাদৰ কৰা৷
receiving with respect.
- সন্মানজনকxon.man.jo.nokProper Adj.
বয়স বা প্ৰভাৱশালী ব্যক্তিত্বৰ বাবে সন্মান পোৱাৰ যোগ্য
commanding respect because of great age or impressive dignity
- সন্মানপূৰ্বকAdverb
বহু আদৰ সম্ভাষণেৰে কাৰোবাক সমাদৰ কৰা৷
receiving with respect.
- সন্মানসূচকxon.man.xu.sokProper Adj.
সন্মানৰ চিন স্বৰূপে
attributing honour, as a sign of honour
- সন্মানহানিxon.man.ha.niAbstract Noun
সন্মান বা যশৰ ক্ষতি; মান বা যশ হেৰুওৱা অৱস্থা
Loss of honour, respect, or reputation. The condition of having lost honour or good repute.
- সন্মানীয়xon.ma.ni.yoProper Adj.
বয়স বা প্ৰভাৱশালী ব্যক্তিত্বৰ বাবে সন্মান পোৱাৰ যোগ্য
commanding respect because of great age or impressive dignity
- সন্মিলনxon.mi.lonAbstract Noun
কোনো ৰাজনৈতিক দল, সংগঠন বা সংস্থাৰ সদস্য বা প্ৰতিনিধি সকলৰ বিশেষ উদেশ্যৰে আহ্বান কৰা সভা ।
an assembly or meeting of large number of attendees organized for a specific purpose.
- সন্মিলনীxon.mi.lo.niAbstract Noun
কোনো ৰাজনৈতিক দল, সংগঠন বা সংস্থাৰ সদস্য বা প্ৰতিনিধি সকলৰ বিশেষ উদেশ্যৰে আহ্বান কৰা সভা ।
an assembly or meeting of large number of attendees organized for a specific purpose.
- সন্মিলিতxon.mi.li.toProper Adj.
বিভিন্ন অংশ (যন্ত্ৰ-পাতিৰ ক্ষেত্ৰত) অথবা সদস্য লগ লাগি একে লগ হোৱা |
Create by putting components or members together.
- সন্মিলিত হxon.mi.li.to hoVerb-Intran.
ইটোৰ লগত সিটোৰ সংস্পৰ্শ ঘটা, মিলিত হোৱা৷
to come together into one substance or group.