কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘প’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- পশু-প্ৰদৰ্শনীAbstract Noun
an event where livestock are exhibited and judged on certain phenotypical breed traits as specified by their respective breed standard.
- পশুচিকিৎসা বিজ্ঞানpo.xu.si.kit.sa bi.gyanAbstract Noun
জীৱ-জন্তুৰ স্বাস্থ্য আৰু সিহঁতৰ ৰোগ তথা আঘাত নিৰাময়ৰ সৈতে জৰিত চিকিত্সা বিজ্ঞানৰ এক শাখা
the branch of medicine concerned with the health of animals and the treatment of injuries or diseases that affect them
- পশুতুল্যpo.xu.tu.lyoProper Adj.
পশুৰ দৰে নিষ্ঠুৰ আৰু দয়া-মমতা হীন
cruel and barbarous like a beast
- পশুত্ব
পশুৰ স্বভাব বা গুণ
the nature of a beast
- পশুধনpo.xu.dhonAbstract Noun
গৰু, ম’হ আদি ঘৰচীয়া জন্তু৷ (এইবোৰক নিজৰ অৰ্থনৈতিক লাভালাভৰ বাবে লালন-পালন কৰা হয় বা ইয়াৰ পৰা উপাৰ্জন হয় বাবে ইয়াক অৰ্থৰ লগত তুলনা কৰা হয়)৷
Domestic animals, such as cattle or horses, raised for home use or for profit, especially on a farm.
- পশুপতি
শিবৰ এটা নাম
a name of Śiva
- পশুপামpo.xu.pamMaterial Noun
য’ত সৰহ সংখ্যক পশুধন পোহ-পাল কৰা হয় ৷
Farm consisting of a large tract of land with facilities needed to raise livestock (especially cattle).
- পশুপালকpo’.xu.pa.lokCommon Noun
গৰু চৰাবলৈ লৈ যোৱা মানুহ ৷ সাধাৰণতে গৰু চৰাবলৈ লৈ যোৱা ডেকা ল’ৰা ৷
A villager, especially adolescent who tends the cattle of the village and takes them out to graze.
- পশুপালনVerbal Adj.
গাখীৰ, মাংস আদিৰ বাবে পোহনীয়া জন্তু প্ৰতিপালন কৰা কাৰ্য্য
the act of keeping animals to produce milk, meat etc.
- পশুপ্ৰবৱত্তি
পশুৰ নিচিনা প্ৰবৱত্তি; ইন্দ্ৰিয়-সুখৰ বাঞ্ছা; খোবা, শোবা আৰু মৈথুনৰ ইচ্ছা
sensuality; desire in common with a beast
- পশুশালাMaterial Noun
গৰু, মহ থাকিবলৈ সজোৱা ঘৰ৷
shed for cattle not at pasture
- পশুসুলভpo.xu.xu.lobhProper Adj.
পশুৰ দৰে নিষ্ঠুৰ আৰু দয়া-মমতা হীন
cruel and barbarous like a beast
- পশুহিংসকpo.xu.hing.xokCommon Noun
ডিঙিত কেশৰ থকা এবিধ শক্তিশালী মাংসভোজী বনৰীয়া জন্তু
a powerful carnivorous wild animal with a hairy neck.
- পশুৰাজ
সিংহ
the lion
- পশুৱত্po.xu.botProper Adj.
পশুৰ দৰে নিষ্ঠুৰ আৰু দয়া-মমতা হীন
cruel and barbarous like a beast
- পশ্paśIntransitive verb
সোমা; যেনে-"সত্যে সত্যে পশিলোঁ শৰণে" (নাম-ঘোষা); . বি. (পু. অ.) পশন সোমোবা কাৰ্য্য।
to enter
- পশ্চাতাপpos.sa.tapAbstract Noun
অতীতত কৰা পাপ বা বেয়া কামৰ বাবে অনুভৱ কৰা গভীৰ শোক, বিবেক-দংশন বা মনোকষ্ট
deep sorrow, compunction, or contrition for a past sin, wrongdoing,
- পশ্চাতাপ কৰ্pos.sa.tap korVerb-Intran.
কুকৰ্মৰ পিচত দুখ কৰ্ |
To feel sorry, self-reproachful, or contrite for past conduct; be conscience-stricken about a past action, attitude, etc.
- পশ্চাত্মুখীpos.sat.mu.khiVerbal Adj.
পিছলৈ গতি কৰা
moving backward; having a backward motion or direction
- পশ্চাদগতি কৰ্pos.sad.go.ti korVerb-Intran.
to go back by encountering opposition or resistance.