কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘উ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- উন্মত্তunmattaAdjective
বলিয়া; হিতাহিত জ্ঞান নথকা
mad; void of sense
- উন্মত্ততাun.mot.to.taAbstract Noun
অতিপাত খং, উত্তেজনা বা মানসিক ব্যাধিৰ বাবে হোৱা অবুজন বা অসংবেদনশীল অৱস্থা।
the state of being insensitive or unreasonable due to anger, excitement or mental illness.
- উন্মত্তভাৱেun.mot.to.bha.beAdverb
বলিয়াৰ দৰে কৰা আচৰণ৷
in a manner usually done by a mad person
- উন্মনun.monProper Adj.
কোনো ভাৱত ইমানেই বিভোৰ যে আশে-পাশে হৈ থকা ঘটনাৰ ভু কে নোপোৱা অৱস্থা৷
so lost in thought that one does not realize what one is doing, what is happening, etc.; preoccupied to the extent of being unaware of immediate surroundings.
- উন্মনাunmanāAdjective
ব্যাকুল; উদ্বিগ্ন; উত্কণ্ঠিত
anxious; perplexed; longing
- উন্মাদunmādaAdjective
বলিয়া; উন্মত্ত
mad; crazy
- উন্মাদতAbstract Noun
অতিপাত খং, উত্তেজনা বা মানসিক ব্যাধিৰ বাবে হোৱা অবুজন বা অসংবেদনশীল অৱস্থা।
the state of being insensitive or unreasonable due to anger, excitement or mental illness.
- উন্মাদনunmādanaNoun
কামদেবৰ এপাত শৰৰ নাম
an arrow of Cupid
- উন্মাদনাun.ma.do.naAbstract Noun
অতিপাত খং, উত্তেজনা বা মানসিক ব্যাধিৰ বাবে হোৱা অবুজন বা অসংবেদনশীল অৱস্থা।
the state of being insensitive or unreasonable due to anger, excitement or mental illness.
- উন্মাৰ্গun mar.goAbstract Noun
সততা বা সাধুতাৰ অভাৱ (বিশেষকৈ উত্কোচ সম্বন্ধীয়)
lack of integrity or honesty (especially to bribery)
- উন্মাৰ্গগামীun.mar.go.ga.miProper Adj.
দুৰ্নীতিৰ আশ্ৰয় লোৱা বা অনৈতিক কাম কৰা লোক
guilty of dishonest practices, as bribery;lacking integrity
- উন্মীলনunmīlanaNoun
চকু মেলা কাৰ্য্য
the act of opening the eyes
- উন্মীলিতun.mi.li.toVerbal Adj.
(ক) চোৱা, লৰচৰ কৰা বা ভিতৰুৱা আয়োজনত বাধা নথকা(খ) বন্ধ কৰি ৰাখিব পৰা কোনো পথৰ মাজেদি অহা-যোৱা কৰাৰ সুবিধা কৰি দিয়া
[a] free of obstructions to sight, movement, or internal arrangement[b]set so as to permit passage through the opening it can be used to close.
- উন্মীল্Verb
(পু.অ.) বিণ. উন্মীলিত মেলা; মেল খাই থকা
opened
- উন্মুক্তun.muk.toProper Adj.
অকণো নুলুকুৱাকৈ প্ৰকাশ কৰা (মনৰ ভাৱ)
Saying what one thinks without hiding.
- উন্মুক্ত কৰ্un.muk.to korVerb-Trans.
কোনো বস্তুৰ আৱৰণ আঁতৰাই দে৷
to make visible or apparent, to remove cover
- উন্মুক্ত খনিNoun
উন্মুক্ত খনি
উন্মুক্ত খনি
- উন্মুখunmukhaAdjective
উদ্যত; প্ৰস্ত্তত; উৎসুক; আসক্ত; আগ্ৰহ থকা
attached; enamoured
- উন্মেষun.mexVerbal Noun
শুই বা পৰি থকা, আঁঠু কাঢ়ি থকা অথবা বহি থকা অৱস্থাৰ পৰা থিয় হোৱা কাৰ্য্য; দিগন্তত দেখা দিয়া; ওপৰৰ ফালে গতি কৰা; উচ্চতা, আকাৰ, পৰিমাণ বা প্ৰাৱল্য বৃদ্ধি হোৱা
the act of assuming an upright position especially from lying, kneeling, or sitting; to appear above the horizon; moving upward; increasing in height, size, volume, or pitch
- উন্মেষণun.me.xonVerbal Noun