কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘হ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- হতবাকho.to.bakProper Adj.
সাময়িকভাৱে মাত-বোল বন্ধ হোৱা৷
Temporarily silent because of emotions etc.
- হতবিদ্যাho.to.bi.dyaAbstract Noun
হেৰাই যোৱা গুণ বা বিদ্যা৷ উদাহৰণ- অনভ্যাসে হত বিদ্যা৷
A skill forgotten by somebody.
- হতবুদ্ধিAdjective
বিবুদ্ধি; বিচূৰ্ত্তি; বিবশ
confounded; bowildered
- হতবুদ্ধি হho.to.bud.dhi hoVerb-Intran.
লাজত পৰি অসুবিধা অনুভৱ কৰ্
to feel uncomfortable because of shame
- হতভগীয়াho.to.bho.gi.yaProper Adj.
যাৰ ভাগ্য বেয়া
one who suffers bad luck
- হতভম্ব
কিংকৰ্ত্তব্যবিমূঢ়।
- হতভম্ব হho.to.bhom.bo hoVerb-Intran.
হঠাৎ কোনো চিন্তা, আবেগ বা অনুভূতিৰ দ্বাৰা তীব্ৰভাৱে প্ৰভাৱিত হ
to undergo a shock, i.e. a sudden or violent disturbance of the mind, emotions, or sensibilities
- হতভাগাho.to.bha.gaProper Adj.
যাৰ ভাগ্য বেয়া
one who suffers bad luck
- হতভাগীho.to.bha.giProper Adj.
যাৰ ভাগ্য বেয়া
one who suffers bad luck
- হতভাগ্যAdjective
দুৰ্ভগীয়া; দুৰ্কপলীয়া; মন্দভাগী; ভাগ্যহীন
unfortunate; unlucky
- হতমূৰ্খAdjective
মহামূৰ্খ; গণ্ডমূৰ্খ
very foolish; idiotic
- হতশ্ৰীAdjective
সুখ- সম্পদ নষ্ট হোবা
bereft of prosperity
- হতশ্ৰী হho.to.sri hoVerb-Intran.
সঁচা বা ঠিক অবস্থাৰ পৰা পিছল্ বা লৰচৰ হ; ভাল বা সুস্থ অৱস্থা এৰ্
to be altered from normal or healthy state or to go out of order
- হতাhatāTransitive verb
দোলা বা ভাৰ উলাহি দুলীয়া বা ভাৰীক সহায় কৰ্; যেনে-"ভাৰখন হতাই দিয়াঁ"
to give relief by lending a hand to a carrier of a load
- হতা-বকতাকৈhatā-bakatākaiAdverb
হতা-হতিকৈ; কেইবাজনেও হাতে হাতে ধৰি
by helping each other
- হতা-হতিhatā-hatiNoun
পৰস্পৰে হাতে হাতে মৰা-মৰি কৰা কাৰ্য্য; কিলাকিলি; . বিণ. ওচৰ চাপি পৰস্পৰে হাতেৰে প্ৰহাৰ কৰা। যেনে-"হতা-হতি যুদ্ধ"
the act of striking each other with the hand ; hand to hand (as of fight)
- হতা-হতিকৈAdverb
কোনো কামত কেইবাজনেও ধৰা-ধৰিকৈ; পৰস্পৰে সহায়কৈ
by helping each other
- হতালি-বটালিhatāli-baṭāliNoun
হাট-বাট; নিজৰ বিয়া কৰোবা ভাৰ্য্যা বা স্বামীত বাজে অন্য তিৰোতা বা মুনিহৰ গাত হাত দিয়া বা হঁহা-মতা কাৰ্য্য
undue familiarity with a man or woman other than one's husband or wife
- হতাশhatāśaAdjective
নিৰাশ; আশাশূন্য
disappointed
- হতাশ কৰ্ho.tax korVerb-Trans.
ইচ্ছা বা আশা পূৰণ কৰাত ব্যৰ্থ হ
Fail to fulfil the desire or expectation of