কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ল’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- লখিমী আন্lakhimī, ān
"আগ আন্" চোবাঁ।
- লখ্lakhTransitive verb
লক্ষ্য কৰ্; দেখ্; যেনে-"ইসৰ দোষক তোৰ কিছুবে নলখি" (মা. ক., অযোধ্যাকাণ্ড)।
- লগlagaNoun
সঙ্গ
companionship
- লগ কৰ্log korVerb-Trans.
to deliberately come in contact with somebody or something
- লগ দি
সঙ্গত ল; সঙ্গী কৰ্
include in a company
- লগ দেlog deVerb-Trans.
লগত একেলগে যা বা একে যাত্ৰাৰ পথিক হ
to go along or in company with
- লগ ধৰ্
সাক্ষাত কৰ্
to meet
- লগ নেৰাAdjective
সদায় লগত থকা।
- লগ পা
দেখা-দেখি হ; সাক্ষাৎ পা
to meet
- লগ ল
একেলগ হ; সঙ্গ ল; সঙ্গী হ; . সঙ্গীৰূপে লগত ল
to keep company with ; to take as a companion
- লগ লগা
একত্ৰ কৰ্; একেলগে ৰাখ্
to bring or keep together
- লগ লাগlog lagVerb-Intran.
ইটোৰ লগত সিটোৰ সংস্পৰ্শ ঘটা, মিলিত হোৱা৷
to come together into one substance or group.
- লগ লাগ্
একত্ৰ হৈ থাক্; যোগ হ
to be united
- লগ হ
যোগ হ
to associate; to join as a companion
- লগ-বোকা দিlaga-bokā, di
"বোকা দি" চোবাঁ; একেদিনাই দুবাৰ হাল ৰাই আৰু মৈয়াই ভূঁই ৰুবলৈ দি।
- লগ-ভাগlaga-bhāgaNoun
সঙ্গী; লগৰীয়া
companion
- লগ-ভাতlaga-bhātaNoun
বহুত লোকে লগ লাগি খোবা ভোজ।
- লগতlo.gotConjuction
একেলগ হৈ; কোনো বিশেষ সম্পৰ্ক ৰাখি
accompanied by; in some particular relation to
- লগত থাকlo.got.thakVerb-Trans.
লগত একেলগে যা বা একে যাত্ৰাৰ পথিক হ
to go along or in company with
- লগত যাlo.got.jaVerb-Trans.
লগত একেলগে যা বা একে যাত্ৰাৰ পথিক হ
to go along or in company with