কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘খ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- খুচুৰা পইছাkhu.su.ra poi.saMaterial Noun
মুদ্ৰণ কৰা এডোখৰ সৰু চেপেটা ধাতু যাৰ বিনিময়ত বস্তু কিনা-বেছা কৰিব পাৰি৷
Stamped disc of metal which is used as official money
- খুচুৰা বিক্ৰীkhu.su.ra bi.kriAbstract Noun
খুচুৰা বা কম পৰিমাণৰ বস্তু নিৰ্দ্দিষ্ট এখন দোকানৰ জৰিয়তে নিৰ্দ্দিষ্ট নিৰিখত বিক্ৰি কৰা পদ্ধতি ৷
a system for saling of goods from a fixed shop at the rate of smaller quantity.
- খুচুৰা বিক্ৰীদাৰkhu.su.ra bi.kri.darCommon Noun
গ্ৰাহকক তাকৰীয়াকৈ বস্তু বেচোঁতা ৷
one who sales goods in small quantities to consumer.
- খুচুৰা বিক্ৰেতাkhu.su.ra bi.kre.taCommon Noun
গ্ৰাহকক তাকৰীয়াকৈ বস্তু বেচোঁতা ৷
one who sales goods in small quantities to consumer.
- খুচ্খুচীয়াkhuckhucīẏāAdjective
কচ্কচীয়া
restless; teasing
- খুচ্মুচনিNoun
খুচ্মুচ্ কৰা কাৰ্য্য।
- খুচ্মুচ্khucmucNoun
অলপকৈ হাত-ভৰি বা গা লৰালে নতুবা আন বস্ত্ত লৰ-চৰ বা ঠেলাঠেলি কৰিলে হোবাৰ নিচিনা শব্দ
an imitative word used to express the sound produced by slightly moving the limbs or shaking or pushing other similar things
- খুচৰইkhucaraiNoun
সুগন্ধ
sweet smell; fragrance
- খুছkhuchaNoun
ফুৰ্ত্তি; ৰং-ধেমালি
mirth; joy
- খুছতীয়াkhuchatīẏāAdjective
ৰস-থকা; ৰং লগোবা (কথা)
funny; pleasing
- খুছনামkhuchanāmaNoun
সুখ্যাতি
reputation; fame
- খুছিkhuchiNoun
ইচ্ছা
will desire
- খুছৰইkhucharaiNoun
সুগন্ধ
sweet smell; fragrance
- খুজনাCommon Noun
A person who requests for money, food, shelter, drugs, alcohol, or other necessities as donations, i.e. free of cost, from people they encounter .
- খুজুৱতীAbstract Noun
শৰীৰৰ যতে ততে খুজুৱতীৰ অনুভৱ হোৱা৷
State of itching in body.
- খুটাkhu.taMaterial Noun
এক ওখ উলম্ব গাঁথনি
a supporting vertical structure
- খুটিkhu.tiMaterial Noun
এক ওখ উলম্ব গাঁথনি
a supporting vertical structure
- খুটি-নাতিkhu.ti-na.tiAbstract Noun
সকলো দিশ বহলাই বা খৰচি মাৰি কৰা, যেনেঃ এটা যাত্ৰাৰ বিষয়ে বহলাই কোৱা
A minute or thorough treatment or account, e.g., went into detail about his travels
- খুটিতালkhu.ti.talMaterial Noun
সাধাৰণতে ওজাপালি বা কীৰ্ত্তনৰ সময়ত ব্যৱহৃত এবিধ সৰু আকাৰৰ তাল
a kind of cymbal of very small size
- খুটৰা শাকkhu.to.ra. xakCommon Noun
প্ৰায় ৬০ টা ভিন-ভিন প্ৰজাতিত উপলব্ধ এবিধ বনশাক ৷
Amaranthus, collectively known as amaranth or pigweed, is a cosmopolitan genus of herbs. Approximately 60 species are presently recognized, with inflorescences and foliage ranging from purple and red to gold. Members of this genus share many characteristics and uses with members of the closely related genus Celosia.Although several species are often considered weeds, people around the world value amaranths as leaf vegetables, cereals and ornamentals.