কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ভ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ভাৱশূন্যbhab.xu.nyoProper Adj.
কোনো দুখ কষ্টৰ অনুভৱ বা আৱেগ নথকা ৷
not feeling or showing emotion.
- ভাৱস্তিৰেbha.bos.ti.reAdverb
বহু আদৰ সম্ভাষণেৰে কাৰোবাক সমাদৰ কৰা৷
receiving with respect.
- ভাৱহীনbhab.hinProper Adj.
কোনো দুখ কষ্টৰ অনুভৱ বা আৱেগ নথকা ৷
not feeling or showing emotion.
- ভাৱাত্মকbha.wat.mokProper Adj.
কোনো ভৌতিক ৰূপ নথকা; প্ৰকৃততে বা বাস্তৱিকতে উপলভ্য নোহোৱা, কেৱল মনত উদ্ভৱ হোৱা
Without any physical form; separated from reality, existing in the mind only.
- ভাৱাদৰ্শAbstract Noun
আদৰ্শ বা বিশ্বাসৰ এক ধাৰা
a set of principles or belief
- ভাৱানুবাদbha.wa.nu.badVerbal Noun
মূলৰ ভাৱ ৰক্ষা কৰি কৰা অনুবাদ
Rewording for the purpose of clarification, translation of the sense expressing the thought expressed in a source text
- ভাৱাৰ্থAbstract Noun
কোনো লেখনি বা বক্তৃতাৰ মূল আৰু সাৰগৰ্ভ অংশখিনি চমুৱাই লিখা বা কোৱা
A short piece of writing containing the main ideas from a longer document
- ভাৱীbha.biProper Adj.
আগলৈ হ’ব লগা
something that will happen at a later time and after the present time
- ভাৱেbha.beAdverb
done in the same method or steps of doing another task
- ভাৱোদ্দীপকbha.bo’d.di.pokProper Adj.
গূঢ় অৰ্থযুক্ত কোনো ভাৱ প্ৰকাশ পোৱা (প্ৰৱন্ধ আদি)
characterized by or manifesting careful thought: a thoughtful essay.
- ভাৱোন্মত্তbha.bo`n.mot.toProper Adj.
ভাৱৰ আবেগত বিহ্বল হৈ পৰা বা উন্মত্ত হৈ পৰা ৷
the state of being beside oneself with thought or emotion.
- ভাৱোন্মাদbha.bo`n.madProper Adj.
ভাৱৰ আবেগত বিহ্বল হৈ পৰা বা উন্মত্ত হৈ পৰা ৷
the state of being beside oneself with thought or emotion.
- ভাৱৰীয়াbha.wo.ri.yaCommon Noun
নাটকত ভাও লওঁতা
A theatrical performer
- ভি আই পিbhi ai piCommon Noun
কোনো অনুষ্ঠানৰ বা বিভিন্ন ক্ষেত্ৰৰ কোনো গুৰুত্বপূৰ্ণ ব্যক্তি ৷
An abbreviation for “Very Important Person”. A person of great importance or influence, especially a dignitary who commands special treatment.
- ভিকহুbhikahuNoun
মগনীয়াৰ দৰে দৰিদ্ৰ
a poor man
- ভিকাছন ভাগbhikāchana, bhāga
লাভৰ উপায় বা মূল নষ্ট হ
to be lost, as means or resource
- ভিকাছন ভাগ্bhi.ka.son bhagVerb-Intran.
লাভৰ উৎস বা উপায় নষ্ট হ
to be lost, as means or resource
- ভিকাছন ভাঙ্Transitive verb
উপায় বা লাভৰ বাট মাৰ্
put an end to the means of
- ভিকাহিbhi.ka.hiAbstract Noun
যুক্তিসংগত আত্মসন্মানৰ অনুভূতি।
feeling of justifiable self-respect.
- ভিক্ষাbhikṣā
খুজি-মাগি পোবা বস্ত্ত
a thing obtained by begging; alms