কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘প’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- পলমেAdverb
বেলি কৰি; অলপ বেলিৰ পাছত।
- পলম্প্palampIntransitive verb
উথল; ওফন্দ্; যেনে-"ঊৰ্ম্মিৰ আন্দোলে জল পৰম্পিল পুনু। চতুৰ্ভিতি গৈল জল একোশত ধনু" (দশম)
to swell; to rise
- পলসpalasaNoun
নৈয়ে পেলোবা বোকা
soft mud deposited by a river; slit
- পলস পেলাpo.lox pe.laVerb-Trans.
কোনো ঠাই পলসেৰে ভৰা৷
to fill with silt.
- পলসুবাAdjective
পলস থকা (কাঠ বা মাটি)।
- পলসুৱাpoloxuwaProper Adj.
বোকা, বালি আৰু পলস-যুক্ত (উৰ্বৰা মাটি)
(rich soil) consisting of clay, sand and humus
- পলসুৱা শিলNoun
পলসুৱা শিল
পলসুৱা শিল
- পলাpalāIntransitive verb
মনে মনে বা গোপনে গুচি যা; লুকাই থাক্
to abscond; to escape; to lie hidden
- পলাংগpo.lang.goCommon Noun
NULL
any of several small, gregarious cetaceans of the genus Phocoena, usually blackish above and paler beneath, and having a blunt, rounded snout, esp. the common porpoise, P. phocoena, of both the North Atlantic and Pacific.
- পলাই পত্ৰং দি
পলাই দূৰ যা
to flee
- পলাই পত্ৰং দেpo.lai pot.rong deVerb-Trans.
(কোনো ঠাই, বিপদ আদিৰ পৰা) সন্তৰ্পণে আঁতৰি যোৱা
to run away from (a place, danger, etc)
- পলাই যাpo.lai jaVerb-Intran.
গোপনে প্ৰিয়জনৰ লগত পলাই যা ৷
to run away secretly with one`s beloved .
- পলাউৰীAdjective
পলোবা (তিৰোতা)
absconding; eloping
- পলাতকAdjective
পলাই যোবা; পলৰীয়া
fugitive
- পলান্নpalānnaNoun
মছলা আৰু ঘিউৰ সহযোগত ৰন্ধা ভাত; পোলাও।
- পলাশpalāśaNoun
কিংশুক।
- পলাশকpo.la.xokCommon Noun
ভাটৌ চৰাইৰ ঠোঁটৰ দৰে ৰঙা আৰু বেকা এবিধ ফুল
a species of Butea native to tropical southern Asia, from Pakistan, India, Nepal, Sri Lanka, Myanmar, Thailand, Laos, Cambodia, Vietnam, Malaysia, and western Indonesia
- পলাশীpo.la.xiCommon Noun
আচৰিত ধৰণৰ বা ভয়ঙ্কৰ চেহেৰাৰ, কাল্পনিক এক জীৱ।
A creature, often imaginary, having a strange or frightening appearance.
- পলায়নNoun
পলোবা কাৰ্য্য; গোপনে স্হানান্তৰ হোবা কাৰ্য্য
the fleeing, eloping or absconding
- পলায়ন কৰ্po.la.yon korVerb-Intran.
আটক বা বন্দী হোৱাৰ পৰা সাৰিবলৈ আঁতৰি যা
Depart hurriedly or furtively or escape esp. in order to avoid arrest