কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘উ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- উদৰudaraNoun
পেট
the belly
- উদৰ পূৰাইu.dor pu.raiAdverb
পৰিমাণতকৈ বেছি খাদ্য খাই আৰু খাবলৈ নোৱাৰা হোৱা|
The state of being satisfactorily full due to excess in consumption of especially food or drink and unable to eat/drink more.
- উদৰ শোথ ৰোগNoun
উদৰ শোথ ৰোগ
উদৰ শোথ ৰোগ
- উদৰপদীu.dor.po.diCommon Noun
পেট বা উদৰৰ সহায়ত গতি কৰা জীৱ৷ যেনে শামুক, কড়ী আদি৷
the animals in which the mechanism of locomotion involves the stomach, like snail, slug etc
- উদৰপৰায়ণu.dor.po.ra.yonProper Adj.
যিসকল লোকে সৰহকৈ খাই ভাল পায়৷
One who like to eat a lot.
- উদৰসৰ্বস্বu.dor.xor.bo.swoProper Adj.
যিসকল লোকে সৰহকৈ খাই ভাল পায়৷
One who like to eat a lot.
- উদৰাAbstract Noun
পেটৰ পৰা উচ্চাৰিত হৈ ওলোৱা সংগীতৰ এটা গভীৰ সুৰ
the deepest tone of Indian musical mode
- উদৰাবৰ্তu.do.ra.bor.toMaterial Noun
কেঁচুৱা জন্মৰ সময়ত মাকৰ সৈতে সংযোগী নাড়িডাল কটাৰ পাছত পেটত সোঁমাজত থাকি যোৱা সৰু, ঘুৰণীয়া অংশ
the small round part in the middle of the stomach which is left after the umbilical cord ( long tube of flesh joining the baby to its mother) has been cut at birth.
- উদৰাময়udarāmaẏaNoun
পেটৰ অসুখ
diarrhoea
- উদৰিণীu.do.ri.niProper Adj.
গৰ্ভত সন্তান ধাৰণ কৰি থকা প্ৰাণী
in a state of bearing offspring in the womb
- উদৰীudarīNoun
জলন্ধৰ; শোব ৰোগ; শোথ [উদৰী পাঁচ ৰকমৰ; যেনে- জলোদৰী, যকৱতোদৰী; প্লীহোদৰী, বন্ধোদৰী, সান্নিপাতিক উদৰী]
dropsy
- উদৰী ৰোগu.do.ri ro`gCommon Noun
পেটত পানী জমা হোৱা ৰোগ৷ এই ৰোগ লিভাৰৰ অসুখ বা অন্য বিভিন্ন ৰোগৰ উপৰ্ষগ হিচাবে দেখা দিয়ে৷
Ascitis is an abnormal accumulation of protein and electrolyte rich fluid in the peritoneal cavity or abdominal cavity.Rapidly developing (acute) ascites can occur as a complication of trauma, perforated ulcer, appendicitis, or inflammation of the colon or other tube-shaped organ (diverticulitis). This condition can also develop when intestinal fluids, bile, pancreatic juices, or bacteria invade or inflame the smooth, transparent membrane that lines the inside of the abdomen (peritoneum). However, ascites is more often associated with liver disease and other long-lasting (chronic) conditions and also in some type of cancers.
- উদৰীয়u.do.ri.yoProper Adj.
তলপেট সম্বন্ধীয়
Pertaining to the abdomen
- উদৰীয় প্ৰতীপNoun
উদৰীয় প্ৰতীপ
উদৰীয় প্ৰতীপ
- উধতুবাudhatubāAdjective
উতনুবা; তৎ নোহোবা; আগপাছ নুশুণি কাম কৰা
easily excitable; impatient; rash
- উধতুৱাu.dho.tu.waProper Adj.
আবেগ নিয়ন্ত্ৰণ কৰিব নোৱাৰা অৱস্থা৷
unable to be stationary and focused as very lively and energetic
- উধনীয়াudhanīẏāAdjective
উধানৰ আকৱতিৰ ডাঙৰ আৰু ঘূৰণীয়া
of large and roundish shape
- উধনীয়া ভেমAbstract Noun
মইবৰ ভাৱ বা অতিমাত্ৰা আত্মগৌৰৱ।
Aggressively assertive or overbearingly confident.
- উধাইমুধাইu.dhai.mu.dhaiAdverb
কোনো বাচ-বিচাৰ নকৰাকৈ বা সতৰ্ক নোহোৱাকৈ
Not making or based on careful distinctions.
- উধাওudhāoNoun
ওপৰ
height; higher region