কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নামধাতুnāmadhātuNoun
বস্ত্তৰ নামৰপৰা হোবা ধাতু; যেনে-কিল-কিলা; মুঠি- মুঠিয়া; ভুকু-ভুকুবা
denominative verb
- নামনিnāmaniNoun
কোনো দেশ বা নৈৰ ভাটী ভাগ
the lower part of river or country
- নামনিলৈna.mo.ni.loiProper Adj.
নিম্ন অৱস্থান, স্তৰ বা অৱস্থা
towards a lower position, level or state
- নামফলকnam.pho.lokMaterial Noun
কোনো ব্যক্তিৰ নাম দেখুউৱা ফলক
a board displaying the name of a person in pront of his/per house or office
- নামফলি জোঁটাnāmaphali, jom̐ṭā
প্ৰথমে ফলি লওঁতে (শিক্ষা কৰিবলৈ শিকোঁতে) আখৰ জোঁটাই শব্দ বা কথা ফলিত লিখ্; আখৰ জোঁটাবলৈ শিক্
to compose words or short sentences
- নামবিহীনnam.bi.hinProper Adj.
কোনো নাম নথকা বা প্ৰকাশ নকৰা
Having or bearing no name.
- নামভৰ্তিnam.bhor.tiVerbal Noun
কোনো কলেজ, বিদ্যালয় আদিৰ তালিকা বা বহীত নাম ভৰোৱা কাৰ্য৷
the act of enrolling a name in a list or register of a collage or school.
- নামভৰ্তি কৰ্nam.bhor.ti korVerb-Trans.
কোনো সংগঠনৰ টোকাবহীত নিজৰ নাম অন্তৰ্ভুক্ত কৰ্
to put one's name in the register of an organization.
- নামমাত্ৰnāmamātraNoun
অলপমান
very little
- নামমাত্ৰকৈnam.mat.ro.koiAdverb
একেবাৰে কম পৰিমাণে ৷
in a small quantity.
- নামমূৰিnāmamūriAdverb
নামানুসাৰী; মানুহটোবে প্ৰতি; গাইপতি
per head; against each name
- নামমূৰেnāmamūreAdverb
নামানুসাৰী; মানুহটোবে প্ৰতি; গাইপতি
per head; against each name
- নামযশnam.joxAbstract Noun
বহু লোকে জনা-শুনা আৰু সন্মান কৰা গুণ বা অৱস্থা
the state or quality of being widely honored and acclaimed
- নামলব্ধnāmalabdhaAdjective
বিখ্যাত
reputed
- নামসূচীnāmasūcīNoun
নামৰ তালিকা
panel
- নামহীনnam.hinProper Adj.
কোনো নাম নথকা বা প্ৰকাশ নকৰা
Having or bearing no name.
- নামহীনতাAbstract Noun
নাম বা পৰিচয় প্ৰকাশ নকৰাকৈ থকা
with no disclosure of name or identity
- নামাংকিতna.mang.ki.toAbstract Noun
কাৰোবাক বা কিহবাক নাম দিয়া কাৰ্য
The ritual of giving a name to somebody or something
- নামাচাৰ্যna.ma.sar.joCommon Noun
নাম-কীৰ্তন কৰাত পাৰ্গত লোক৷
expert in chanting community prayers.
- নামাজnāmājaNoun
মুছলমানসকলে কৰা ঈশ্বৰৰ উপাসনা
prayer according to the Qurān