কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘দ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- দায়িত্বdāẏitbaNoun
পালন কৰিব লগীয়া কৰ্ত্তব্য
responsibility; obligation
- দায়িত্ব আৰোপ কৰ্da.yit.two a.ro`p korVerb-Trans.
কাৰোবাৰ ওপৰত কোনো কামৰ দায়িত্ব দিয়া।
To specify tasks or duties.
- দায়িত্ব দেda.yit.two deVerb-Trans.
কাৰোবাৰ ওপৰত কোনো কামৰ দায়িত্ব দিয়া।
To specify tasks or duties.
- দায়িত্ব ন্যস্ত কৰ্da.yit.two nyos.to korVerb-Trans.
কাৰোবাৰ ওপৰত কোনো কামৰ দায়িত্ব দিয়া।
To specify tasks or duties.
- দায়িত্বজ্ঞানহীনda.yit.to.gyan.hinProper Adj.
যিকোনো কাৰ্য্যৰ ফলশ্ৰুতি সম্পৰ্কে একেবাৰে চিন্তা নকৰা; সাৱধান বা সতৰ্ক নোহোৱা
utterly unconcerned about the consequences of some action; without caution; careless
- দায়িত্বপূৰ্ণProper Adj.
হানি বা ক্ষতিৰ বাবে প্ৰশ্ন কৰিব পৰা ব্যক্তি ৷
Questionable to account for one`s actions; subject to being held to account; holding a specific office, duty, or trust.
- দায়িত্ববাহীda.yi.two.ba.hiProper Adj.
বৰ্ত্তমান সময়ত উল্লেখিত পদবী বা বিষয়বাব লৈ থকা; যেনেঃ কাৰ্য্যবাহী পৰিষদৰ পদেন সদস্য
holding an indicated position, role, office, etc., currently
- দায়িত্বশীলda.yit.two.xilProper Adj.
হানি বা ক্ষতিৰ বাবে প্ৰশ্ন কৰিব পৰা ব্যক্তি ৷
Questionable to account for one`s actions; subject to being held to account; holding a specific office, duty, or trust.
- দায়িত্বস্বৰূপda.yit. two.swo.rupCommon Noun
কোনো কাৰ্য্যালয়ৰ দায়িত্বত থকা বিষয়া
the holder of an office
- দায়ীdāẏīAdjective
হানি বা ক্ষতিৰ বাবে ধন ভৰিব লগা হোবা; ক্ষতি পূৰ কৰি দিব লগা হোবা
liable to make good a loss; responsible
- দায়ৰাdāẏarāNoun
ফৌজদাৰী উচ্চ আদালত বা বিচাৰালয়ৰ বৈঠক
sessions court
- দাৰdāraNoun
পত্নী; সহধৰ্ম্মিণী
a wife
- দাৰকda.rokCommon Noun
পিতৃ-মাতৃৰ পুৰুষ সন্তান।
a male child or person in relation to his parents.
- দাৰকৰ্মdar.kor.moAbstract Noun
ন্যায়িক প্ৰক্ৰিয়া, ধৰ্মীয় অনুষ্ঠান আদিৰ যোগেদি এজন পুৰুষ আৰু এগৰাকী নাৰীয়ে স্বামী-স্ত্ৰী ৰূপে জীৱন কটোৱাৰ সিদ্ধান্ত ৰূপায়িত কৰাৰ বাবে পতা এক সামাজিক অনুষ্ঠান
the social institution under which a man and woman establish their decision to live as husband and wife by legal commitments, religious ceremonies, etc.
- দাৰগ্ৰস্তdāragrastaAdjective
কৰ্ত্তব্য-ভাৰাক্ৰান্ত।
- দাৰগ্ৰহণdar.gro.honAbstract Noun
ন্যায়িক প্ৰক্ৰিয়া, ধৰ্মীয় অনুষ্ঠান আদিৰ যোগেদি এজন পুৰুষ আৰু এগৰাকী নাৰীয়ে স্বামী-স্ত্ৰী ৰূপে জীৱন কটোৱাৰ সিদ্ধান্ত ৰূপায়িত কৰাৰ বাবে পতা এক সামাজিক অনুষ্ঠান
the social institution under which a man and woman establish their decision to live as husband and wife by legal commitments, religious ceremonies, etc.
- দাৰণdāraṇaNoun
ভেদ বা বিদীৰ্ণ কৰা কাৰ্য্য
the act of tearing
- দাৰপৰিগ্ৰহAbstract Noun
ন্যায়িক প্ৰক্ৰিয়া, ধৰ্মীয় অনুষ্ঠান আদিৰ যোগেদি এজন পুৰুষ আৰু এগৰাকী নাৰীয়ে স্বামী-স্ত্ৰী ৰূপে জীৱন কটোৱাৰ সিদ্ধান্ত ৰূপায়িত কৰাৰ বাবে পতা এক সামাজিক অনুষ্ঠান
the social institution under which a man and woman establish their decision to live as husband and wife by legal commitments, religious ceremonies, etc.
- দাৰাdārāNoun
ভাৰ্য্যা
a wife
- দাৰিda.riAbstract Noun
পঢ়াৰ মাজত ৰ’বলৈ দিয়া চিন
punctuation mark showing end of a sentence