কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘এ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- এলেকৰ পেলেকe.le.kor pe.lekCommon Noun
কোনো সম্পৰ্ক বা সম্বন্ধ নথকা লোক|
one having no connection or relation whatsoever.
- এলেঙিeleṅiNoun
এলেং মাছ ধৰা ডিঙৰাৰ নিচিনা এবিধ যতন
a kind of contrivance for catching fish
- এলেন্ধুবাAdjective
tainted with soot
- এলেবাংelebāmAdjective
অজলা; অপাত্ৰ; কোনো কামৰ অনুপযুক্ত; আলাবাদু
dull; worthless
- এলেহুবাelehubāAdjective
সোৰোপা; বন-বাৰি কৰিবলৈ আগ নবঢ়া; কাম কৰিবলৈ ইচ্ছা নথকা
lazy; slothful
- এলেহুৱাe.le.hu.waProper Adj.
কাম কৰিবলৈ এলাহ কৰা বা কাম কৰিব নিবিছৰা
disinclined to work
- এল্বামel.bamMaterial Noun
ফটো, ডাক-টিকট, হ্স্তাক্ষৰ আদি গোটাই সংৰক্ষণ কৰা বহী বিশেষ
a bound or loose-leaf book consisting of blank pages, pockets, envelopes, etc., for storing or displaying photographs, musical recordings, stamps, or the like, or for collecting autographs.
- এশe.xoAbstract Noun
দহৰ দহগুণ কৰি পোৱা সংখ্যাটো৷
The cardinal number that is the product of ten (10) and ten (10).
- এশ-এটাe.xo-e.taProper Adj.
বিশাল সংখ্যা বা পৰিমাণত
in large numbers or quantities
- এশ-এবুৰিe.xo-e.bu.riProper Adj.
বিশাল সংখ্যা বা পৰিমাণত
in large numbers or quantities
- এশিকনিe.xi.ko.niVerbal Noun
কোনো অপৰাধ বা দোষৰ বাবে দিয়া শাস্তি
a penalty inflicted for an offense, fault
- এশিঙীয়া গঁড়e.xingiya go~rCommon Noun
অসম আৰু নেপালত উপলভ্য এটা খড়্গ থকা এবিধ স্তন্যপায়ী বনৰীয়া জন্তু
A large mammal with a single horn found in Assam and Nepal
- এষষ্টিeṣaṣṭiAdjective
ষাঠি আৰু এক; তিনি কুৰি এক
sixty-one
- এষষ্ঠিe.xos.thiProper Noun
ষাঠিতকৈ এক বেছি৷
one more than sixty; the symbol denoting 61. (৬১ in Assamese)
- এষাeṣāNoun
আষি; কলৰ থোকৰ থোপা
a bunch
- এষাৰeṣāraNoun
আষাৰ; আখাৰ; ; অলপীয়া কথা।
a word
- এসঁজীয়াesam̐jīẏāAdjective
দিনৰ ভিতৰত এসাঁজ মাথোন খোবা
eaten once a day
- এসত্তৰesattaraAdjective
সত্তৰ আৰু এক; তিনি কুৰি এঘাৰ
seventy-one
- এসময়তPronoun
অতীতৰ কোনো এক সময়ত
at a given time in the past
- এসাঁজe.xa~jAbstract Noun
এবাৰ খোৱা আহাৰ ৷
eating one meal for one time.