কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সদ্যঃAdverb
বৰ্ত্তমানে হৈ থকা ঘটনা
an event happening at present
- সদ্যঃ, সদ্যহ, সদ্যে সদ্যহতেsadyaḥ, sadyaha, sadye, sadyahateAdverb
আজি; এতিয়া; সম্প্ৰতি
to-day; now; at present
- সদ্যজাতxo.dyo.ja.toAdjective Adj.
অলপতে জন্ম লাভ কৰা বা বিকশিত হোৱা
beginning to exist or develop
- সদ্যবিবাহিতxo.dyo.bi.ba.hi.toCommon Noun
নতুনকৈ বা অলপতে বিয়া কৰোৱা ব্যক্তি।
a person recently married.
- সদ্যবিবাহিতাxo.dyo.bi.ba.hi.taProper Adj.
মাত্ৰ কেইদিনমানৰ আগেয়ে বিয়া হৈ যোৱা তিৰোতা
(woman) who got married only a few days ago
- সদ্যভদ্ৰxo.dyo.bho.droProper Adj.
এতিয়ালৈকে ভদ্ৰ৷
gentle and sober so far.
- সদ্যসমাপ্তVerbal Adj.
0
Just finished
- সদ্যহতেxo.dyo.ho.teAdverb
বৰ্ত্তমানে হৈ থকা ঘটনা
an event happening at present
- সদ্যোজাতsadyojātaAdjective
নকৈ বা পোনে পোনে ওপজা
newly or just born
- সদয়sadaẏaAdjective
কৱপাযুক্ত; দয়াযুক্ত; মৰমিয়াল
kind
- সদৰsadaraNoun
হুহৰ; ৰাজকাৰ্য্য চলোবাৰ কেন্দ্ৰ বা প্ৰধান স্হান; বহু কাৰবাৰ থকা ঠাই
town; headquarters; metropolis
- সদৰ-আমীনsadara-āmīnaNoun
ইংৰাজ ৰাজত্বৰ প্ৰথম অৰস্হাত পতা মুন্সিকৰ নিচিনা কৰ্মচাৰী
a magistrate of the lower grade
- সদৰ-জমাsadara-jamāNoun
ধন-ভঁৰালত আহি গোট খোবা বা জমা হোবা বা হ'ৰ লগীয়া সৰ্ব মুঠ খাজনা বা কৰ
the total revenue due
- সদৰিsadariAdjective
ব্যক্ত; জনা-শুনা; মেনে-"কথা সদৰি হ'ল"
published; made public
- সদৰি কৰ্xo.do.ri korVerb-Trans.
কোনো এক বিষয়ত সম্যক ধাৰণা দিয়া ৷
To give or impart knowledge of a fact or circumstance to someone.
- সদৰ্পProper Adj.
অত্যধিক আত্মবিশ্বাসী আৰু আক্ৰমণাত্মকভাৱে নিজক জাহিৰ কৰা।
Aggressively assertive or overbearingly confident.
- সদৱশsadawaśaAdjective
নিচিনা; একে আকৱতিৰ; . বি. সদৱশতা সাদৱশ্য।
like; similar
- সধাsadhāTransitive verb
আনৰ দ্বাৰা সম্পন্ন কৰা; আনক সাধিবলৈ দি বা পাচ্।
- সধ্যেxo.dhyeAdverb
বৰ্ত্তমানে হৈ থকা ঘটনা
an event happening at present
- সধৰাsadharāNoun
স্বামী থকা তিৰী
a woman with her husband alive