কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘দ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- দাহুৰাdāhurāNoun
খঁকুবা
gluttonous
- দাহোনdāhonaNoun
পৈতৱত ধন-সম্পত্তি; সাহন
ancestral property
- দাহ্যdāhyaAdjective
দহনীয়; যিবোৰ বস্ত্ত পুৰিব পাৰি
combustible
- দাড়িda.riCommon Noun
মুখমণ্ডলৰ থুতৰি আৰু গালত থকা চুলি।
Facial hair on the chin.
- দাঢ়িdāṛhiNoun
ডাঢ়ি।
- দাঢ়িম্বdāṛhimbaNoun
ডালিম।
- দায়dāẏaNoun
অনিষ্টকৰ বা হানিকৰ কৰ্ম্ম; অহিত কৰা কাৰ্য্য; অপৰাধ
crime; fault; offence
- দায় ধৰ্
অপৰাধ কৰ্; দোষ ধৰ্; দোষাৰোপ কৰ্
to charge with a fault or an offence; to accuse
- দায় লগা
অপৰাধ কৰ্; জগৰ লগা
to offend; to commit an offence
- দায় সাৰ্day xarVerb-Intran.
কোনো বিষয়ৰ পৰা দায়িত্ব এৰি চলাৰ চেষ্টা কৰ্।
to avoid something unpleasant, especially a moral or legal obligation.
- দায়-দোষAbstract Noun
দোষৰ জগৰীয়া কৰা কাৰ্য্য
an act of attributing fault
- দায়কdāẏakaNoun
দিওঁতা; যি দান কৰে
a giver
- দায়কাৰীday.ka.riCommon Noun
নিজৰ স্বত্ব সম্পূৰ্ণৰূপে এৰি নিদিয়াকৈ ধন বা সা-সুবিধাৰ বিনিময়ত কাৰোবাৰ হাতত সম্পত্তি তুলি দিয়া ব্যক্তি
One who pledges something as security without delivery of title or possession.
- দায়গ্ৰস্তday.gros.toVerbal Adj.
কাৰোবাৰ অনুকুলে কোনো কৰ্ত্তব্য সমাপন কৰাৰ দায়িত্ব থকা
burdened with obligations
- দায়বদ্ধdāẏabaddhaAdjective
দাবী থকা; দাবী-শূন্য নোহোবা
encumbered
- দায়বদ্ধতাda.yo.bod.dho.taAbstract Noun
নিষ্ঠাৰে কৰ্তব্য পালন কৰা৷
piety by virtue of devotion to duty.
- দায়ভাগdāẏabhāgaNoun
পৈতৱত সম্পত্তি ভাগ কৰা সম্পৰ্কে জীমূতবাহনে কৰা সংস্কৱত পুথি এখনৰ নাম; . পৈতৱক সম্পত্তিৰ বিভাগ
the title of a Sanskrit work on division of ancestral property ; partition of inhertance
- দায়াdāẏāNoun
দয়া
mercy
- দায়াদdāẏādaNoun
পুত্ৰ
a son
- দায়াদীda.ya.diCommon Noun
কন্যা-সন্তান
a female child or person in relation to her parents.