কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘খ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- খিড়িকীkhiṛikīNoun
বতাহ বা পোহৰ সোমাবলৈ বেৰত লগোবা সৰু দুবাৰ
a window
- খিয়লা-খিয়লিkhiẏalā-khiẏaliNoun
এটাই আনটোৰ প্ৰতি পৰস্পৰ খিয়াল বা হিংসা কৰা কাৰ্য্য
mutual envying
- খিয়লীয়াAdjective
লোকৰ ভাল দেখিলে খিয়াল লগা বা বেয়া পোবা; হিংসাযুক্ত
envious
- খিয়াতিkhiẏātiNoun
খ্যাতি; যশস্যা
fame
- খিয়ালNoun
ঈৰ্ষা; হিংসা; আনৰ ভাল দেখিলে হোবা অসন্তোষ বা অনিষ্ট কৰিবলৈ ইচ্ছা
envy
- খিৰকিMaterial Noun
পোহৰ আৰু বতাহ সোমোৱাৰ সুবিধাৰ কাৰণে ঘৰৰ বেৰ বা চালত ৰখা ডাঙৰ ফুটা, য’ত সাধাৰণতে কাঠ, বাঁহ বা ধাতুৰে নিৰ্মিত গাঁথনিত আইনা আদি লগাই খোলা-বন্ধ কৰিব পৰা ব্যৱস্থা থাকে ৷
An opening constructed in a wall or roof that functions to admit light or air to an enclosure and is often framed and spanned with glass mounted to permit opening and closing.
- খিৰাkhi.raVerb-Trans.
গৰু, মহ আদি জন্তুৰ ওহাৰৰ পৰা গাখীৰ উলিওৱা।
To extract milk from the mammary glands of an animal like cow.
- খিৰিংkhirimNoun
দুটা লাহি অথচ টান বস্ত্ত পৰস্পৰ অলপকৈ ঘঁহনি বা ষুঁজ খালে হোবা শব্দ; আন কাৰণত হোবা সেই নিচিনা শব্দ
an imitative work used to express the sound caused by two hard slender bodies clashing or rubbing against one another slightly
- খিৰিকীkhi.ri.kiMaterial Noun
পোহৰ আৰু বতাহ সোমোৱাৰ সুবিধাৰ কাৰণে ঘৰৰ বেৰ বা চালত ৰখা ডাঙৰ ফুটা, য’ত সাধাৰণতে কাঠ, বাঁহ বা ধাতুৰে নিৰ্মিত গাঁথনিত আইনা আদি লগাই খোলা-বন্ধ কৰিব পৰা ব্যৱস্থা থাকে ৷
An opening constructed in a wall or roof that functions to admit light or air to an enclosure and is often framed and spanned with glass mounted to permit opening and closing.
- খিৰিক্khirikNoun
দুটা লাহি অথচ টান বস্ত্ত পৰস্পৰ অলপকৈ ঘঁহনি বা ষুঁজ খালে হোবা শব্দ; আন কাৰণত হোবা সেই নিচিনা শব্দ
an imitative work used to express the sound caused by two hard slender bodies clashing or rubbing against one another slightly
- খিৰিসাkhirisāNoun
পগাই ঘন কৰা গাখীৰ; যেনে -"সত্যসন্ধা বোলে ওৰে চন্দৰী শুনিয়ো। শঙ্কৰক লাগি ঘন খিৰিসা কৰিয়ো" (শঙ্কৰ- চৰিত)।
- খীখিয়াkhīkhiẏāIntransitive verb
খিল্খিলা; মুখ চেপি হাঁহ্
to titter
- খীণkhīṇaAdjective
কৱশ; গাৰ মঙহ শুকোবা; চেৰেলা
lean; emaciated
- খীণ হkhin hoVerb-Intran.
ভৌতিক আকাৰটো কম কৰ্।
to reduce the physical shape.
- খীণকটীয়াAdjective
চেৰেলা আৰু চুটি চাপৰ
lean and stunted in growth
- খীণা খীণIntransitive verb
হ; কৱশ হ; চেৰেলা হ
to be emaciated or reduced in size
- খীণাই যাkhi.nai jaVerb-Intran.
ভৌতিক আকাৰটো কম কৰ্।
to reduce the physical shape.
- খীৰkhīraNoun
ক্ষীৰ; গাখীৰ; ; তপতাই কৰা ঘন গাখীৰ
milk ; milk cream
- খীৰঁতীkhīram̐tīAdjective
গাখীৰ দিয়া; চৰোবা; দুবনী
milch
- খীৰণNoun
গাই খীৰোবা কাৰ্য্য; গাখীৰ উলিওবা কাৰ্য্য
the act of milking