কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘য’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- যোৱা-থোৱাjo`.wa-tho`.waVerbal Adj.
মৰোঁ মৰোঁ হোৱা অৱস্থা
Being on the point of death; breathing your last.
- যোৱাকালিjo’.wa.ka.liAbstract Noun
আজিৰ আগৰ বিগত দিনটো৷
the day previous to the present day or today
- যোৱাবছৰjo.wa.bo.sorAbstract Noun
the year that has just passed.
- যোৱাবাৰjo`.wa.barAdverb
পাৰ হৈ যোৱা কোনো সময়ত (যেতিয়া ঘটিছিল বা কৰা হৈছিল)।
on a previous occasion (when it happened or was done etc.).
- যোৱাবেলিjo`.wa.be.liAdverb
পাৰ হৈ যোৱা কোনো সময়ত (যেতিয়া ঘটিছিল বা কৰা হৈছিল)।
on a previous occasion (when it happened or was done etc.).
- যৌক্তিকjouk.tikProper Adj.
having logic or reason that can be explained properly.
- যৌগjou.goMaterial Noun
দুই বা ততোধিক মৌল ৰাসায়নিক ভাৱে সংযোজিত হৈ উত্পন্ন হোৱা পদাৰ্থ
a product of two or more elements combined chemically
- যৌগিকjou.gikProper Adj.
(obtained/gained from) adding/mixing/coupling two or more independent items.
- যৌগিক সংখ্যাjou.gik xong.khyaAbstract Noun
যি সংখ্যাৰ দুটাতকৈ অধিক ভাজ্য আছে৷
A number which is not a prime, that is it has more than two divisors. Like 3x2=6, so 6 is a composite number.
- যৌতকyautakaNoun
বিয়াত কন্যাক দিয়া ধন-বস্ত্ত
dowry
- যৌতকীয়াjou.to.ki.yaProper Adj.
যৌতুকত দিয়া, যৌতুকৰূপে পোৱা সম্পত্তি বা ধন।
Pertaining to dowry; received as a dowry.
- যৌতুকyautukaNoun
বিয়াত কন্যাক দিয়া ধন-বস্ত্ত
dowry
- যৌতুক দেjou.tuk deVerb-Trans.
to give a large amount of money ( Especially by the bride's family to bridegroom's family)
- যৌতুকীয়াAdjective
যতুকীয়া; যৌতুকত দিয়া
given as a dowry
- যৌথyauthaAdjective
যুটীয়া বহু মানুহ লগ লাগি কৰা
joint; in partnership
- যৌথ পৰিয়ালjou.tho po.ri.yalProper Noun
একেটা ঘৰতে এটাতকৈ অধিক বিবাহিত পৰিয়াল বসবাস কৰা ৷
A joint family, also known as a complex family, parents and their children's families often live under a single roof.
- যৌনyaunaAdjective
যোনি বা উৎপত্তিহীন সম্বন্ধীয়; স্ত্ৰী-পুৰুষৰ সহবাস-সম্বন্ধীয়।
- যৌন আবেদনময়ীjou.no a.be.don.mo.yiProper Adj.
লিঙ্গ বা যৌনতা সম্পৰ্কীয়
related to state of being male or female.
- যৌন ক্ষমতাসম্পন্নjou.no khyo.mo.ta.xom.pon.noAdjective Adj.
সবল, উদ্যমী আৰু শাৰিৰীক , বিশেষকৈ শক্তিশালী যৌন ক্ষমতা থকা বা দেখুওৱা পুৰুষ৷
(of man) strong or full of or having/showing energy, especially sexual energy.
- যৌন প্ৰবৃত্তিjou.no pro.brit.tiAbstract Noun
বিপৰীত লিঙ্গৰ লগত শাৰীৰিক সম্পৰ্ক কৰিবৰ বাবে মনত উৎপন্ন হোৱা সহজাত প্ৰবৃত্তি ৷
sexual instinct or sexual drive.