কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নাম-কটা চিপাহীnāma-kaṭā, cipāhīNoun
কাম-কাজ নকৰি এনেই ঘূৰি ফুৰা মানুহ
a vagabond
- নাম-কথাnāma-kathāNoun
গুৰুবে শিষ্যক দিয়া বিষ্ণু-উপাসনাৰ উপদেশ
a form of sacred prayer taught by the Guru
- নাম-কীৰ্তনnāma-kīrtanaNoun
বিষ্ণুৰ নাম বা গুণ গোবা কাৰ্য্য; বিষ্ণুৰ স্ত্ততি কৰা কাৰ্য্য
praise and prayer offered to God Viṣṇu
- নাম-কীৰ্ত্তনnāma-kīrttanaNoun
বিষ্ণুৰ নাম বা গুণ গোবা কাৰ্য্য; বিষ্ণুৰ স্ত্ততি কৰা কাৰ্য্য
praise and prayer offered to God Viṣṇu
- নাম-খাৰিজnāma-khārijaNoun
পট্টাৰপৰা নাম কাটি পেলোবা বা গুচোবা
striking off the name, as from the rent-roll
- নাম-গুণnam-gunVerbal Noun
ভগবান, দেৱতা বা কোনো পূজ্যপাদক শ্ৰদ্ধাৰে গোহাৰি জনোৱা কাৰ্য্য।
The act of making a reverent petition to God, a god, or another object of worship.
- নাম-গোন্ধnam-go`n.dhAbstract Noun
পূৰ্বতে থকা কোনো বস্তুৰ একেবাৰে অস্তিত্ব নথকা বা ধৰিব নোৱাৰা অৱস্থা হোৱা ৷
indication of the presence of something that is no longer present or in existence.
- নাম-গোৱাnam-go`.waVerbal Noun
ধৰ্মীয় গীত বা নাম-গুণ গাই বিষ্ণুৰ আৰাধনা কৰা।
worshiping Vishnu or Hari by singing religious songs.
- নাম-ঘোষাnāma-ghoṣāNoun
মাধবদেবে ৰচনা কৰা পুথি এজনৰ নাম; হাজাৰী ঘোষা
the name of a religious book
- নাম-জপnāma-japaNoun
তুলসী আদিৰ গুটিৰ মালাৰে ইষ্ট দেবতাৰ নামচিন্তা।
- নাম-তালিকাnam-ta.li.kaCommon Noun
কোনো নিৰ্দ্দিষ্ট কাৰ্য্য সম্পাদন কৰাৰ বাবে নিৰ্বাচিত ব্যক্তিসকলৰ তালিকা।
a list or group of persons selected for some service.
- নাম-ধামnāma-dhāmaNoun
দান আৰু থকা ঠাই আদিৰ বিবৰণ; পৰিচয়।
- নাম-নাচnāma-nācaAdjective
আনতকৈ অলপ কম বা সৰু
smaller; lesser
- নাম-নাচ- ৰূপেAdverb
অলপকৈ।
- নাম-প্ৰসংগAbstract Noun
নামঘৰত গোসাঁই,ভকত বা আন ভক্ত সকলে ভগৱানক প্ৰশংসা বা প্ৰাৰ্থনা কৰি (নিতৌ) কৰা নাম-কীৰ্তন৷
Praise and prayer daily offered to God in the "Hindu Namghar"
- নাম-প্ৰসঙ্গnam-pro.xong.goAbstract Noun
নামঘৰত গোসাঁই,ভকত বা আন ভক্ত সকলে ভগৱানক প্ৰশংসা বা প্ৰাৰ্থনা কৰি (নিতৌ) কৰা নাম-কীৰ্তন৷
Praise and prayer daily offered to God in the "Hindu Namghar"
- নাম-মালিকাnāma-mālikāNoun
নামৰ মাহাত্ম্য বৰ্ণনা কৰি লিখা মাধবদেবৰ পুথি এখন।
- নাম-সেবাnāma-sebā
ঈশ্বৰৰ নাম স্মৰণ কৰি কৰা জপ বা সেবা
repeated uttering of names of God in silence
- নামকnāmakaNoun
শিখ-ধৰ্ম্ম-প্ৰবৰ্ত্তক; নানক-পন্হী বি. নানক-গুৰুৰ মতত চলা মানুহ; নানকৰ শিষ্য
a follower of Nānak
- নামকৰণnāmakaraṇaNoun
ওপজাৰ পাছত সন্তানৰ প্ৰথম নাম দিয়া কাৰ্য্য বা সংস্কাৰ
the ceremony of giving a name to a child